অপৰম্পৰাগত শক্তি : বায়ু শক্তি আহৰণৰ বিষয়ে যৎকিঞ্চিত
অপৰম্পৰাগত শক্তি (non-conventional energy sources) বুলিলে সাধাৰণতে সেইবিলাক শক্তিৰ উৎসকে বুজা যায় যিবিলাক উৎসৰ পৰা শক্তি আহৰণৰ পুৰণি পৰম্পৰা নাই| আমি পৰম্পৰাগতভাবে কয়্লা, পেট্ৰ’লীয়াম, নিউক্লীয় শক্তি (এইটো শক্তি উৎসও তুলনামুলকভাবে নতুন) আদিৰ পৰাহে শক্তি আহৰণ কৰো। কিন্তু এইবিলাক শক্তিৰ উৎসবোৰ সীমিত।
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?
তৰলীকৃত পেট্ৰলিয়াম গেছৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
পনীয়া সোনৰ সন্ধানত
পেট্ৰ’ল-ডিজেলৰ দাম ঘনাই সলনি হৈ থাকে কিয়?
বিজুলীৰ কথা
ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তন আৰু প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।
ভাৰতৰ শক্তিৰ ব্যৱহাৰ, শক্তিৰ উৎস, ব্যৱহাৰযোগ্যতা, গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ শক্তিৰ বিতৰণ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
বিভিন্ন উৎসৰ পৰা শক্তিৰ উৎপন্ন হয়। বিভিন্ন নৱীকৰণ আৰু অনৱীকৰণ উৎসৰ পৰা আহৰণ কৰা শক্তিৰ ব্যৱহাৰ, সুবিধা-অসুবিধা আদিবোৰ এই শিঁতানত বহলাই আলোচনা কৰা হৈছে।
খাদ্যৰ চাহিদা পূৰণঃ বৰ্ধিত জনসংখ্যা, বিশেষকৈ উন্নয়নশীল দেশত হোৱা জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যৰ চাহিদাও অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত চাহিদা পূৰাবৰ বাবে বনাঞ্চল মুকলি কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হৈছে
শক্তিৰ নতুন উৎস: হাইড্ৰ’জেনৰ বিষয়ে লিখা হৈছে ।
এই শিঁতানত বিভিন্ন শক্তিৰ ৰূপ যেনে, পোহৰ, তাপ, শব্দ, বিদ্যুৎ, নিউক্লিয়াৰ, ৰাসায়নিক ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।
সূৰ্যৰ বিষয়ে লিখা হৈছে ।
সৌৰশক্তি সম্পৰ্কীয় বিষয়সমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে।