অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিদ্যুতৰ বাবে সৌৰশক্তিৰ ব্যৱস্থা আছাম ৰাইফলছৰ

বিদ্যুতৰ বাবে সৌৰশক্তিৰ ব্যৱস্থা আছাম ৰাইফলছৰ

ভাৰতবৰ্ষৰ শক্তি যোগান কাৰী উদ্যোগসমূহৰ অগ্ৰণী ঔদ্যোগিক প্ৰতিষ্ঠান ছু-কাম পাৱাৰ ছিষ্টেম লিমিটেডে ভাৰতীয় সেনাবাহিনীৰ অন্তৰ্গত আছাম ৰাইফলছৰ উত্তৰ-পূব প্ৰান্তৰ বিভিন্ন এলেকা ইনষ্টল কৰিছে ১.৩ মেগাৱাটতকৈও অধিক সৌৰশক্তি PV পদ্ধতি। এই প্ৰকল্পক ছু-কামৰ জৰিয়তে পুৰস্কৃত কৰিছিল ৰাজস্থান ইলেকট্ৰনিকচ আৰু ইনষ্ট্ৰুমেণ্ট লিমিটেডে(REIL)। মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অসমত থকা আছাম ৰাইফলছৰ দূৰৱৰ্তী বিভিন্ন মূখ্য ঠাইসমূহত ইয়াৰ যোগান স্থাপন, দায়িত্ব ন্যস্ত আৰু অফ-গ্ৰীড সৌৰশক্তি পদ্ধতিৰ তত্ত্বাৱধাৱধানৰ বাবে এই প্ৰকল্পক প্ৰয়োজন ছু-কামৰ। দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত থকা ভাৰতীয় সেনাবাহিনীৰ মুখ্য কাৰ্যালয়সমূহত বিদ্যুত শক্তি যোগান ধৰিবলৈ ছু-কামৰ দ্বাৰা হাতত লোৱা প্ৰথমটো প্ৰকল্পই আছিল এই আছাম ৰাইফলছ প্ৰকল্প।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate