এই আইন পুৰুষ মহিলা উভয়কে সমান বেতন দিয়া আৰু লিঙ্গ বৈষম্য দূৰ কৰি মহিলাক নিযুক্তি দিয়া।
এই আইনৰ আচল সুবিধা সমূহ:
- পুৰুষ মহিলা উভয়কে একে ধৰণৰ কামৰ বাবে সমানে মজুৰি দিয়া।
- নিযুক্তিৰ ক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে বৈষম্যতা দূৰ কৰা
- চৰকাৰৰ দ্বাৰা কিবা কামত গোচৰ দিয়া, দাবী কৰা ইত্যাদি শুনিবলৈ বা ঠিৰাং কৰিবলৈ বা গোচৰ শুনিবলৈ আৰু এই আইনৰ সুবিধাসমূহ স্ংগ্ৰহ কৰি গোহাৰি শুনিবৰ কাৰণে অনুসন্ধান কৰা।
উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.