অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমবেত আইন, ১৯৭৬

সমবেত আইন, ১৯৭৬

এই আইন পুৰুষ মহিলা উভয়কে সমান বেতন দিয়া আৰু লিঙ্গ বৈষম্য দূৰ কৰি মহিলাক নিযুক্তি দিয়া।

এই আইনৰ আচল সুবিধা সমূহ:

  • পুৰুষ মহিলা উভয়কে একে ধৰণৰ কামৰ বাবে সমানে মজুৰি দিয়া।
  • নিযুক্তিৰ ক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে বৈষম্যতা দূৰ কৰা
  • চৰকাৰৰ দ্বাৰা কিবা কামত গোচৰ দিয়া, দাবী কৰা ইত্যাদি শুনিবলৈ বা ঠিৰাং কৰিবলৈ বা গোচৰ শুনিবলৈ আৰু এই আইনৰ সুবিধাসমূহ স্ংগ্ৰহ কৰি গোহাৰি শুনিবৰ কাৰণে অনুসন্ধান কৰা।

উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate