অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আম আদমী বীমা যোজনা

আম আদমী বীমা যোজনা

১. যোগ্যতাৰ মাপকাথী

২. প্ৰ্তিনিধিৰ কাৰ্য্যালয়

৩. কিস্তি

৪. দাবীৰ পদ্ধতি

৫. স্থায়ী সম্পূৰ্ণ অসমৰ্থতাৰ (উপকাৰী) লাভ

৬. বৃত্তিৰ কাৰণে দাবীৰ পদ্বতি

  • ভাৰত চৰকাৰৰ বিত্তিয় মন্ত্ৰালয়ে ডুব(মাৰ)যোৱা সামাৰিক নিৰাপত্তা আচনী যেনে আম আদমী বীমা যোজনা আৰু জনশ্ৰী বীমা যোজনাৰ অনুমোদন জনাইছে|
  • এই ডুব যোৱা আচনী পুনৰ নামাকৰণ কৰা হৈছে “আম আদমী বীমা যোজনা হিচাবে আৰু ই কাৰ্য্যকাৰী হৈছে ১-১-২০১৩ চনৰ পৰা|

যোগ্যতাৰ মাপকাঠী:

  • সদস্য সকল ১৮ বছৰৰ পৰা ৫২ বছৰৰ ভিতৰত হ’ব লাগিব|
  • সদস্যজন সাধাৰণতে পৰিয়ালৰ মুৰব্বী হোৱা উচিত | দৰিদ্ৰ সীমা ৰেখাৰ
  • আৰু এজনীয়া উপাৰ্জনকাৰী সদ্যস থকা পৰিয়াল| নগন্যভাৱে দৰিদ্ৰ সীমা ৰেখাৰ ওচৰৰ চিহ্নিত
  • ব্যৱসায়ীক শ্ৰেণীৰ তলৰ গাওঁলীয়া ভূমিহীন পৰিয়াল হব লাগিব|
  • প্ৰ্তিনিধিত্বৰ কাৰ্য্যলয়
  • প্ৰতিনিধিত্ব কাৰ্য্যালয়ে বুজাব কেন্দ্ৰীয় মন্ত্ৰালয়ৰ বিভাগ ৰাজ্য চৰকাৰ/ভাৰত চৰকাৰ সন্মিলিত
  • ৰাজ্য| আন আন স্ংস্থাপিত ব্যৱস্থা তালিকাভুক্ত বেচৰকাৰী স্ংস্থা আদিক নিয়ম অনুযায়ী
  • আচনীখন পৰিচলনা কৰিবলৈ নিযুক্তি দিয়া হয়| গাওঁলীয়া ভূমীহিন পৰিয়ালৰ ক্ষেত্ৰত প্ৰ্তিনিধি
  • কাৰ্য্যাল্য় হব ৰাজ্য চৰকাৰ| সন্মিলিত ৰাজ্যক আঁচনীখন পৰিচালনা কৰাৰ বাবে নিযুক্তি দিয়া হয়|

বয়সৰ প্ৰমাণ

  • ৰেচন কাৰ্ড
  • জন্মৰ পঞ্জিকৰণৰ কপি
  • স্কুল প্ৰ্মাণপত্ৰৰ কপি
  • ভোটৰ তালিকা
  • চৰকাৰী বিভাগ বা প্ৰতিষ্ঠিত বিষয়াই দিয়া প্ৰ্মাণপত্ৰ
  • আন চিনাক্তকৰণ কাৰ্ড(আধাৰ কাৰ্ড)

কিস্তি

এই আচনীৰ অধীনত প্ৰ্থ্ম কিস্তি প্ৰ্ত্যেকজন সদস্যই বছৰি ২০০(দুশ)টকাকৈ মুঠতে ৩০,০০০ টকা ,তাৰ ভিতৰত ৫০% শতাংশ সামাজিক নিৰাপত্তা জমাৰ পৰা সহায়ক হিচাপে পাব| গাওঁৰ ভূমীহিন পৰিয়ালৰ ক্ষেত্ৰ্ত বাকী ৫০% শতাংশ কিস্তি ৰাজ্যচৰকাৰ,সন্মিলিত ৰাজ্যই বহন কৰিব ,আৰু আন ব্যৱসায়ীক শ্ৰেণীৰ ক্ষেত্ৰ্ত বাকী ৫০% শতাংশ প্ৰ্তিনিধিত্বকৰা বিভাগে| অথবা সদস্য/অথবা ৰাজ্য চৰকাৰ/অথবা সন্মিলিত ৰাজ্যই বহন কৰিব|

স্বাভাৱিক মৃত্যু

  • কোনো সদস্যৰ বীমা আচনীৰ কিস্তিৰ ভিতৰত যদি মৃত্যু হয় তেওঁৰ(নমিনি)মনোনীত ব্যক্তিয়ে

বীমাৰ ধন ৩০,০০০ টকা আদায় পাব|

আকস্মিক মৃত্যু/অক্ষমতাৰ সুবিধা লাভ

  • যিবিলাক সদস্যৰ দূৰ্ঘটনা কাৰণত মৃত্যু হয় তেন্তে বীমা আচনীৰ কিস্তিৰ সময়ত তেনে ক্ষেত্ৰ্ত

তলত দিয়া সুবিধা বিলাক দিয়া হয়|

দূৰ্ঘটনাত মৃত্যু হলে- ৭৫০০০ হেজাৰ টকা

দূৰ্ঘটনাত স্থায়ীভাবে অক্ষম হয় -৭৫০০০ হেজাৰ টকা

ক) যদিহে দুটা চকু বা দুখন হাত অকামিলা হলে ,বা

খ) এটা চকু,এখন হাত দূৰ্ঘটনাত হেৰাই যায়

গ) যদি এটা চকু বা এখন হাত দূৰ্ঘটনাত হেৰাই তেন্তে ৩৭৫০০হেজাৰ টকা

ব্যক্তিগত লাভ

  • বৃত্তিটো  মুক্তদান হিচাবে আগবঢ়োৱা হব|দানগ্ৰাহীৰ(beneficiary)অতি বেছি ২ টা ল’ৰা বা ছোৱালীৰ বাবে।
  • নৱমৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা হব লাগিব |এই সুবিধা মাহে ১০০ টকা হিচাপত বছৰত দুবাৰ।
  • এটা ১জুলাই তাৰিখত আৰু আনটো ১ জানুৱাৰী তাৰিখত প্ৰ্তি বছৰে দিয়া হব|

দাবীৰ পদ্বতি

এই আচনীৰ অধিনত মৃত্যু অথবা অক্ষমতাৰ দাবী মীমাংসা কৰিব জীৱন বীমাৰ নিগমৰ-P-GS

গোটে| NEFT জৰিয়তে দান গ্ৰাহীকক পোন পটীয়াকৈ আদায় দিব অথবা য’ত NEFT ৰ সুবিধা নাই তেনে ক্ষেত্ৰ্ত উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন লৈ দানগ্ৰাহীৰ বেংকৰ হিচাবত(একাউন্টত)চেকৰ জৰিয়তে জমা দিব অথবা জীৱন বীমা নিগমে ঠিক কৰি দিব|

কোনো  সদস্যৰ যদি বীমাৰ চলি থকা সময়ৰ মাজত মৃত্যু হয় তেন্তে তেওঁৰ অনুমোদিত ব্যক্তিয়ে মৃত্যুৰ প্ৰ্মাণ পত্ৰ লগত দি এখন আবেদন কৰিব লাগিব পৰিমান খিনি আদায় দিয়াৰ কাৰণে| এই আবেদন তেওঁ প্ৰতিনিধি কাৰ্য্যালয়ৰ বিষয়াৰ ওচৰত দাখিল কৰিব |তেতিয়া সেই বিষয়ায়

তেওঁৰ আবেদন ভালদৰে পৰীক্ষা কৰিব আৰু তেওঁ এখন প্ৰ্মাণ পত্ৰ দিব যে মৃত সদস্যজন আচলতে পৰিয়ালৰ মুৰব্বী/একমাত্ৰ উপাৰ্জনকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ অথবা নগন্যভাবে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ ব্যক্তি|

প্ৰ্তিনিধিত্ব কৰা কাৰ্য্যালয়ে আবেদন খনৰ লগত তলত দিয়া প্ৰয়োজনীয় নথিপত্ৰ গাঠি দিব লাগিব সম্পূৰ্ণ্ভাবে পূৰণ কৰা দাবী পত্ৰ|

  • মৃত্যুৰ প্ৰকৃত প্ৰমাণ পত্ৰৰ লগত এখন  প্ৰ্ত্যায়িত নকল কপি|

দুৰ্ঘটনাগ্ৰ্স্ত মৃত্যুৰ ক্ষেত্ৰত তলত দিয়া ওপৰঞ্চি নথি সমূহ দাখিল কৰিব লাগিব মৃত্যুৰ প্ৰ্মাণ পত্ৰৰ লগত|

  • এফ আই আৰ ৰ কপি
  • পোষ্ট মৰ্টেম ৰিপোৰ্ট
  • পুলিচৰ অনুসন্ধান ৰিপোৰ্ট
  • পুলিচৰ মন্ত্যবৰ ৰিপোৰ্ট/পুলিচৰ ফাইনেল ৰিপোৰ্ট|

স্থায়ী অক্ষমতা লোকৰ লাভ:

  • দাবীদাৰে লিখিত প্ৰ্মাণ সাক্ষীৰ কাগজ পত্ৰ ইয়াৰ উপৰিও চৰকাৰী চি ডি অথবা

যোগ্য বিশেষজ্ঞৰ পৰা স্থায়ীভাবে অক্ষমতাৰ প্ৰ্মাণ পত্ৰ| দূৰ্ঘটনাৰ লগত আংশিকভাবে হোৱা অক্ষমতা যেনে আচনীত অন্তৰ্ভূত্ত হোৱা সদস্যজনৰ অংগ প্ৰ্ত্যংগ নোহোৱা হোৱা|

  • প্ৰ্ত্যেক সদস্যই একোজন উত্তৰাধিকাৰী নিযুক্তি দিব লাগিব যাতে তেওঁৰ মৃত্যু পিচত

সেইজনে দাবী কৰিব পাৰে| উত্তৰাধিকাৰীৰ প্ৰ-পত্ৰ খন সদস্যভুক্ত হোৱা প্ৰ-পত্ৰৰে এটা অংশ আৰু ইয়াত উত্তৰাধিকাৰীৰ সম্পূৰ্ণ নথিপত্ৰ দিব  লাগিব দাবীকৰা পৰিমাণ খিনি আদায় পোৱাৰ বাবে|

এই পদ্ধতিটো পালন কৰা নিশ্চিত যাতে সদস্যৰ মৃত্যুৰ পিচত কৰা দাবীদাৰৰ দাবী নিস্পত্তি কৰাত জটিলতাৰ সৃষ্টি নহয়|

উত্তৰাধিকাৰীৰ প্ৰ-পত্ৰ পঞ্চায়ত বা প্ৰতিনিধি কাৰ্য্যালয়ৰ তত্বাবধানত ৰখা হয় আৰু সদস্যৰ মৃত্যু হ’লে জীৱন বীমা নিগমলৈ পঠাই দিয়া হয়|

বৃত্তি বা জলপানীৰ বাবে দাবীৰ পদ্ধতি:

১) যিবিলাক সদস্যৰ যোগ্য ল’ৰা ছোৱালী আছে তেঁওলোকে ৬ মাহে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰ্তিনিধিৰ

কাৰ্য্যালয়ত জমা দিব লাগিব | প্ৰ্তিনিধি কাৰ্য্যালয়ে ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিব|

২)প্ৰ্তিনিধি কাৰ্য্যালয়ে ইয়াৰ বিপৰীতে হিতধিকাৰীক ছাত্ৰ-ছাত্ৰীৰ তালিকা নিদি-P &GS

গোটলৈ পঠাই দিব ছাত্ৰ-ছাত্ৰীৰ নাম,স্কুলৰ নাম,শ্ৰেণী আদি উল্লেখ কৰিব| লগতে সদস্যৰ নাম,

শিক্ষকৰ পলিচিৰ নম্বৰ ,সদস্যভুক্তিৰ নম্বৰ আৰু NEFT সম্পূৰ্ণ বিবৰণ পোন পটীয়াকৈ আদায় দিয়াৰ

বাবে|

৩)প্ৰ্তি বছৰ জুলাই মাহত আৰু জানুৱাৰী মাহত জীৱন বীমা নিগমে হিতাধীকাৰী ছাত্ৰ-ছাত্ৰীৰ হিচাবত

বৃত্তি জমা কৰিব NEFT ৰ দ্বাৰা|

৪) বৃত্তি আদায় দিয়াৰ আন উপায় ভৱিষ্যতে জীৱন বীমা নিগম  বা চৰকাৰে ,যিদৰে সিদ্বান্ত কৰে তেনেকৈ প্ৰযোগ্য হব|

জীৱিকাৰ উপায় /উপজীৱিকা

১)বেদী শ্ৰ্মিক

২)ব্ৰিক’ শ্ৰ্মিক

৩)কাঠ মিস্ত্ৰী

৪)নাপিত

৫)মাছ মৰীয়া

৬)বোজা কঢ়িওৱা শ্ৰ্মিক

৭)হস্ততাত শিল্প তৈয়াৰ কৰোতা

৮)হস্তশিল্প

৯)তাতঁশাল

১০)মহিলা দৰ্জ্জী

১১)চামৰা প্ৰ্স্তুত কৰা কাৰখানা

১২)চাপৰ বনোৱা শ্ৰ্মিক

১৩)শাৰিৰীক ভাৱে অক্ষম আত্ম্নিয়োজিত লোক

১৪)প্ৰাথমিক দুগ্ব উৎপাদন কাৰী

১৫)ৰিক্সাচালক /অটোচালক

১৬)চাফাই কৰ্মচাৰী

১৭)নিমখ উৎপাদনকাৰী

১৮)ধপাত সংগ্ৰহকাৰী

১৯)নগৰীয়া দুখীয়া শ্ৰেণীৰ আঁচনি

২০)বনকৰ্মী

২১)পলুৰ খেতি

২২)তাড়ী উলোৱা ব্যক্তি

২৩)যন্ত্ৰ্চালিত শাল

২৪)পাহৰীয়া তিৰোতা

২৫)খান্দচাৰী চেনী উৎপাদনকাৰী

২৬)বয়ন শিল্প

২৭)কাঠৰ আচবাব বনোৱা

২৮)কাগজ প্ৰ্স্তুত কৰ্ত্তা

২৯)চামৰা প্ৰ্স্তুত কৰ্তা

৩০)ছপাশাল

৩১)ৰবৰ আৰু কয়লা উৎপাদনকাৰী

৩২)মমবাতী উৎপাদন কাৰী

৩৩) কমাৰ

৩৪)কৃষিজাত সামগ্ৰী

৩৫)পৰিবহন চালক সন্থা

৩৬)পৰিবহন কৰ্মচাৰী

৩৭)গাঁওৰ দুখীয়া

৩৮)নিৰ্মাণ কৰ্মী

৩৯) আতজ বাজী কাৰখানাত নিয়োজিত কৰ্মচাৰী

৪০)নাৰিকলৰ কৰ্মচাৰী

৪১)অংগনবাদী শিক্ষক

৪২)কতোৱাল

৪৩)বৃক্ষৰোপণ

৪৪)মহিলা আত্মসহায়ক গোট

৪৫)ভেড়া প্ৰ্জনক

৪৬)বিদেশত কৰ্মৰত ভাৰতীয় নাগৰিক

৪৭)ভূমিহীন গাঁওৰ নাগৰিক

৪৮)অস্ংগতিত কৰ্মচাৰী যাক আৰ এচ বি আই সামৰি

উৎস: Department of Financial Services

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate