অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নীৰ নিৰ্মল পৰিযোজনা

বিশ্ববেংক,ভাৰত তথা অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত গ্ৰাম্য পানী যোগান তথা অনাময় যোজনাৰ অধীনস্থ অসমৰ সাতখন জিলা সামৰি এই প্ৰকল্প 'নীৰ নিৰ্মল পৰিযোজনা' হাতত লোৱা হৈছে।

এই প্ৰকল্পৰ জৰিয়তে পাবলগীয়া সুবিধা সমুহ হ'ল-

 

১।২৪ ঘন্টাই ৭০ লিটাৰ জনমুৰি হাৰত খোৱাপানী যোগান।

২।প্ৰত্যোক গৃহ-আবাসত মিটাৰ সংযোজনৰ জৰিয়তে ঘৰত ব্যৱহাৰ কৰা পানীৰ মুল্য আদায়।

৩।এই আঁচনিত গাওঁ পঞ্চায়ত পানী যোগান আৰু অনাময় সমিতিৰ তথা বহু গাঁও পানী যোগান আৰু অনাময় সমিতিৰ মূখ্য ভূমিকা থাকিব ।

 

উৎস:বিকাশপেডিয়া অসম

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate