সকলো ব্যক্তিৰে ৰাজনৈতিক আৰু সামাজিক জীৱনত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে।
আন সকলো লোকৰ দৰে বাধাগ্ৰস্ত লোকসকলৰো স্বাস্থ্যৰ অধিকাৰ আছে।
আমি এখন ভিন্নতাৰ পৃথিৱীত বাস কৰো-য’ত মানুহ ওখ আৰু চাপৰ, বগা আৰু ক’লা, ধনী আৰু দুখীয়া, শিক্ষিত আৰু অশিক্ষিত একেলগে জীয়াই থাকে। প্ৰথমে আমি সকলো মানুহ। সেইদৰেই বাধাগ্ৰস্ত ব্যক্তিসকলে প্ৰথমে এজন মানুহ। তেওঁলোকেও বাধাগ্ৰ্স্ত নোহোৱা ব্যক্তিসকলৰ দৰেই সকলো সুবিধা লাভ কৰিব পাৰে।
এই পৃথিৱীত আমি সকলোৱে নিৰ্ভৰশীল। বাধাগ্ৰ্স্ত হওক বা নহওক পৰিয়াল আৰু সমাজত দিয়া লোৱা এটা অবিচ্ছেদ্য অংগ।
বাধাগ্ৰস্তসকলক সৰ্বসাধাৰণৰ মাজৰ এজন বুলি কেনেকৈ স্বীকৃতি দিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।
ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ ইয়াত দিয়া আছে।