আজি আমি সকলোৱে কঁও, অসম আজি বিকাশৰ প্থত, কিন্তু এই বিকাশ কি ? যোৱা তিনি বছৰত প্ৰায় তিনি লাখৰো অধিক অসমৰ কৃষকে আত্মহত্যা কৰিব লগীয়া হয়, তাৰ প্ৰকৃত অৰ্থ কি হ’ব পাৰে ?
আজি আমি সকলোৱে যিকোনো ক্ষেত্ৰতে অকল চৰকাৰ খনকে দায়ি বুলি ভাৱো | কিন্তু এই গনতন্ত্ৰ দেখ খননো কাৰ | প্ৰকৃত অৰ্থত এখন ৰাজ্য বা দেখ যদি বিকাশৰ প্থত আগুৱাই যাব লাগে তেন্তে সেই দেখৰ প্ৰতিজন নাগৰিকৰো কৰ্তব্য |
আজি যদি মোৰ অঞ্চলতোৰ ক্থা কঁও, অঞ্চলতোৰ চাৰিওফালে এক বিশাল পথাৰ কিন্তু বছৰৰ আধা বছৰে সেই প্থাৰৰ মাটি ছ্ন পৰি থাকে | অকল সেইয়া নহয় আজি ৰাজ্য চৰকাৰে কৃষি বিভাগলৈ বহুতো আচনি বা সাৰ্হায্য প্ৰদান কৰিছে কিন্তু সকলো খিনি আজিও নিম্ন শ্ৰণী মাজত ব্ৰহত পৰিমান হিচাপে সজাগত বা সচেতন হোৱা নাই | আৰু বহু পৰিমানে হয়তো অকল কাগজে আৰু কলমে কেৱল তথ্যা হিচাপেহে ব্ৰতি হই আছে |
আজি অসমৰ মাটিত কি নহয় ছাউল, দাইল, ঘেঁও, আলু ইত্যাদি | আমি যদি সকলোৱে আধা বছৰ পৰি থকা বা ছ্ন পৰি থকা মাটি খিনিত যদি এই খেতিবিলাক কৰিব পাৰো তেন্তে আমাৰ ৰাজ্য খ্নৰ আমদানি কমি ৰপ্তানি অতি দ্ৰত গতিত বাঢ়হিব | তাৰ ফলত হইতো আমাৰ ৰাজ্য খ্ন এক নিবিড় গতিত বিকাশৰ প্থত আগুৱাই যাব | সেই সৰ্ন্দভত চৰকৰে সকলো ধৰনৰ যোগদান আগবঢ়ব লাগিব আৰু প্ৰতিতো সাহায্য যাতে নিম্ন শ্ৰণী মাজত সচেতন হয় তাৰ প্ৰতিও সজাগ হ’ব লাগিব |
- ৰঞ্জন দাস, তেজপুৰ বিশ্ববিদ্যালয়, নপাম, অসম
শেহতীয়া উন্নীতকৰণ: : 6/5/2020