অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অলপ আগবাঢ়হো আহক

অলপ আগবাঢ়হো আহক

আজি আমি সকলোৱে কঁও, অসম আজি বিকাশৰ প্থত, কিন্তু এই বিকাশ কি ? যোৱা তিনি বছৰত প্ৰায় তিনি লাখৰো অধিক অসমৰ কৃষকে আত্মহত্যা কৰিব লগীয়া হয়, তাৰ প্ৰকৃত অৰ্থ কি হ’ব পাৰে ?

আজি আমি সকলোৱে যিকোনো ক্ষেত্ৰতে অকল চৰকাৰ  খনকে দায়ি বুলি ভাৱো | কিন্তু এই গনতন্ত্ৰ দেখ খননো কাৰ | প্ৰকৃত অৰ্থত এখন  ৰাজ্য বা দেখ যদি বিকাশৰ প্থত আগুৱাই যাব লাগে তেন্তে সেই দেখৰ প্ৰতিজন নাগৰিকৰো কৰ্তব্য |

আজি যদি মোৰ অঞ্চলতোৰ ক্থা কঁও, অঞ্চলতোৰ চাৰিওফালে এক বিশাল পথাৰ কিন্তু বছৰৰ আধা বছৰে সেই প্থাৰৰ মাটি ছ্ন পৰি থাকে | অকল সেইয়া নহয় আজি ৰাজ্য চৰকাৰে  কৃষি বিভাগলৈ বহুতো আচনি বা সাৰ্হায্য প্ৰদান কৰিছে কিন্তু সকলো খিনি আজিও নিম্ন শ্ৰণী মাজত ব্ৰহত পৰিমান হিচাপে সজাগত বা সচেতন হোৱা নাই | আৰু বহু পৰিমানে হয়তো অকল কাগজে আৰু কলমে কেৱল তথ্যা হিচাপেহে ব্ৰতি হই আছে |

আজি অসমৰ মাটিত কি নহয় ছাউল, দাইল, ঘেঁও, আলু  ইত্যাদি | আমি যদি সকলোৱে আধা বছৰ পৰি থকা বা ছ্ন পৰি থকা মাটি খিনিত যদি এই  খেতিবিলাক  কৰিব পাৰো  তেন্তে আমাৰ ৰাজ্য খ্নৰ আমদানি কমি ৰপ্তানি অতি দ্ৰত গতিত বাঢ়হিব | তাৰ ফলত হইতো আমাৰ ৰাজ্য খ্ন এক নিবিড় গতিত বিকাশৰ প্থত আগুৱাই যাব | সেই সৰ্ন্দভত চৰকৰে সকলো ধৰনৰ যোগদান আগবঢ়ব লাগিব আৰু প্ৰতিতো সাহায্য যাতে নিম্ন শ্ৰণী মাজত সচেতন হয় তাৰ প্ৰতিও সজাগ হ’ব লাগিব  |

 

- ৰঞ্জন দাস, তেজপুৰ বিশ্ববিদ্যালয়, নপাম, অসম

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate