অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুৰ্ঘটনাজনীত বীমা

দুৰ্ঘটনাজনীত বীমাৰ বিষয়ে ইয়াত দিয়া হৈছে।

সাধাৰণ বীমা কোম্পানী ইউনাইটেড ইণ্ডিয়া ইন্সুৰেঞ্চ কো লিমিটেড য়ে জনসাধাৰণৰ সুবিধাৰ্থে অতি কম প্ৰিমিয়ামত দুৰ্ঘটনাজনীত বীমা পলিচি ইচ্ছুক বীমা গ্ৰহীতাই ল’ব পাৰে। বছৰেকত ৬০ টকা প্ৰিমিয়ামৰ বিনিময়ত ১০০০০০ (এক লাখ) টকালৈকে এজন ব্যক্তিক দুৰ্ঘটনাজনীত বীমাত সামৰি লোৱা হয়। যদি এজন ব্যক্তিয়ে যিকোনো দুৰ্ঘটনাত মৃত্যুক আকোৱালী ল’ব লগা হয় তেতিয়া বীমাকৃত ধনৰাশিৰ ১০০ শতাংশই তেওঁৰ মনোনীত ব্যক্তিয়ে পাব। যদি ব্যক্তি এজনে যিকোনো দুৰ্ঘটনাত শৰীৰ এটা অংগ যেনে-এখন হাত, এখন ভৰি, ১ টা চকু হেৰুৱাব লগা হয় তেতিয়া বীমাকৃত ধনৰাশিৰ ৫০ শতাংশ ব্যক্তিজনে পাব। দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত যিকোনো ব্যক্তিয়ে এই পলিচি ল’ব পাৰে।

লিখক: অঞ্জন শৰ্মা

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top