মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিত্তীয় অন্তৰ্ভূক্তি

আগৰ এটা প্ৰজন্মৰ তুলনাত আজিৰ অৰ্থনৈতিক জগতখন অতিশয় জটিল৷ ৪০ বছৰৰ আগতে এটা বেংকত অথবা বিত্তীয় প্ৰতিষ্ঠানত মাত্ৰ এটা চেক সম্বলিত একাউণ্ট আৰু চেভিংচ একাউণ্টৰ হিচাপ ৰখাটোৱেই যথেষ্ট আছিল৷ এতিয়া, গ্ৰাহকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ নাগৰিকে বিভিন্ন ধৰণৰ আৰ্থিক ব্যৱস্থা আৰু পৰিসেৱাৰ মাজৰ পাথৰ্ক্য বুজিব লাগিব আৰু সেইবিলাকে প্ৰদান কৰা সামগ্ৰী আৰু সেৱাৰ বিষয়ে জানিব লাগিব৷ আগতে, নূন্যতম হাৰত ঋণ গ্ৰহণ কৰা প্ৰজন্মই ঋণৰ সাম্ভাব্য যৌগিক সুতৰ জটিলতা আৰু ঋণ হিচাপসমূহ সঠিকভাৱে পৰিচালনা নকৰাৰ সমস্যা ভালদৰে বুজাৰ কোনো আৱশ্যকতা নাছিল৷

জীৱন বীমা কোম্পানীসমূহ
ভাৰতবৰ্ষত বৰ্তমান কাৰ্য্যকৰী থকা জীৱন বীমা কোম্পানীসমূহৰ তালিকাখন
শ্বেয়াৰ বজাৰ সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা
শ্বেয়াৰ বজাৰ সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা
সঞ্চয় আঁচনিৰ কেইটিমান খবৰ ৰাখক আৰু সঞ্চয় কৰক
সঞ্চয় আঁচনিৰ কেইটিমান খবৰ ৰাখক আৰু সঞ্চয় কৰক
পোষ্ট অফিচৰ কেইটামান সঞ্চয়ৰ বিষয়ে জানি থওক
পোষ্ট অফিচৰ কেইটামান সঞ্চয়ৰ বিষয়ে জানি থওক
আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান
আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান
মুদ্ৰা আৰু বেংক ব্যৱস্থা
মুদ্ৰা আৰু বেংক ব্যৱস্থা
GST সমন্ধীয় বিভিন্ন প্ৰশ্ন-উত্তৰ
ইয়াত GST সমন্ধীয় বিভিন্ন প্ৰশ্ন-উত্তৰ দিয়া হৈছে
জি এছ টি দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা:
জি এছ টি দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে
কিনিব খোজা ঘৰটোৰ দাম আপোনাৰ বিত্তীয় স্বাস্থ্যৰ অনুকূলনে?
কিনিব খোজা ঘৰটোৰ দাম আপোনাৰ বিত্তীয় স্বাস্থ্যৰ অনুকূলনে আলোচনা কৰা হৈছে
বিনিয়োগত প্ৰতিনিধিত্বমূলক পক্ষপাতৰ ভূমিকা-
বিনিয়োগত প্ৰতিনিধিত্বমূলক পক্ষপাতৰ ভূমিকাৰ বিষয়ে লিখা হৈছে
দিক্‌ নিৰ্ণায়ক
Back to top