আধাৰত জনগাঁথনিগত তথ্যৰ নিৰন্তৰ সঠিকতাৰ বাবে, আপোনাৰ পৰিচয়ৰ প্ৰমাণ আৰু ঠিকনাৰ নথিপত্ৰৰ প্ৰমাণ অনলাইন আপলোড কৰকমোৰ আধাৰ পৰ্টেলবিনামূলীয়াকৈ। উৎসাহজনক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি, ইউ. আই. ডি. এ. আই.-এ এই বিনামূলীয়া সেৱা এবছৰৰ বাবে বৃদ্ধি কৰিছে-১৫ জুন ২০২৬ ৰ পৰা ১৪ জুন ২০২৭ লৈ।