জাত : জাত কৃষিকাল (দিন) সেউজীয়া ঘাঁহ (কুই: /হে: ) শুকান ঘাঁহ (কুই: /হে: ) কিমানবাৰ শস্য কাটিব পাৰি এল এলকম্প-৫ ৭৫ ২৯৮ ৪৯.৬৬ প্ৰথমবাৰ টি – ৯ ৭৫ ২৮০ ৪২.৪২ প্ৰথমবাৰ ব্যৱধান : শাৰীবোৰৰ মাজত ২৫ চে: মি: বীজৰ পৰিমাণ : প্ৰতি হেক্টৰত ২০ কিলোগ্রামা বীজ সিঁচাৰ সময় : অক্টোবৰ - নবেম্বৰ সাৰ প্ৰয়োগ : সাৰ কিলো/হেক্টৰ কিলো/বিঘা গোবৰ বা পচন সাৰ ৩ টন ৪ কুই: নাইট্ৰ'জেন ২৫ ৩.৩ ফছফৰাচ ৮৭ ১১.৫ পটাছ ৪০ ৫.৩ জলসিঞ্চন শস্যডৰা ভালদৰে বাঢ়ি অহালৈকে প্ৰতি সপ্তাহৰ ব্যৱধানৰ ২/৩ বাৰ জলসিঞ্চন কৰিব লাগে ৷ তাৰপিচত মাটিত জেক থকাৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে৷ শস্য কটা কেইবাৰ কাটিব পাৰি: যিমান বাৰ সম্ভৱ সিমান বাৰ কাটিব ৷ কটাৰ সময়: বীজ সিচাৰ ৫৫-৬০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে আৰু তাৰ পিছত ৩০-৩৫ দিনৰ ব্যৱধানৰ শস্য চপাব পাৰি৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।