শাকজাতীয় শস্য(Leafy vegetables)- ক্ৰমিক নং পাচলি ইংৰাজী নাম ১ পালেং Spinach ২ মানিমুনি Asiatic Pennywort ৩ পদিনা Mint ৪ কলমৌ Water spinach ৫ ব্ৰাহ্মী Brahmi ৬ ধনিয়া Coriander ৭ মানধনিয়া Long coriander ৮ শুকলতি Patchouli ৯ মচন্দৰি Heart leaf ১০ মেথিশাক Fenugreek greens ১১ নৰসিংহ Curry leaf ১২ ভেদাইলতা Skunk vine ১৩ পকমৌ Tomatillo ১৪ সৰিয়হ শাক Mustard plant ১৫ লাই শাক Mustard green ১৬ খুতুৰা Green Amarnath ১৭ মৰিচা Indian spinach ১৮ চুকা Sorrel ১৯ বাবৰি/মাটিকাদুঁৰি/লফা/জিলমিল White Goosefoot. ২০ টেঙামৰা Roselle ২১ তিতামৰা Jute plant ২২ পূৰ্ণনভা Tar vine ২৩ ঢেকীয়া Fern ২৪ মটৰ শাক Pea greens ২৫ মচুৰ শাক Lentil greens ২৬ কচু থুৰি Taro stem ২৭ নিমপাত Margosa leaf ২৮ ভৃংগৰাজ False daisy পাচলিজাতিয় শস্য(Non-Leafy vegetables)- ১ ওলকবি Kohlrabi ২ কাঠ আলু Yam ৩ কচু Taro/Colocassia ৪ কলডিল Banana flower ৫ কাচকল Curry banana/Plantain(green) ৬ পটল Pointed gourd/Parwal ৭ ভোল Ridge gourd ৮ জিকা Ridged Luffa ৯ ধুন্দুলি Snake gourd ১০ জাতিলাও Bottle gourd ১১ কোমোৰা White gourd ১২ তিতাকেৰেলা Bitter gourd ১৩ ভাতকেৰেলা Teasle gourd ১৪ কুন্দুলি Ivy gourd ১৫ ভেন্দি Lady’s finger/Okra ১৬ কণ বিলাহী Current tomato ১৭ চালগোম Turnip ১৮ বেঙেনা Brinjal/Egg plant ১৯ চজিনা Drumstick ২০ ঔটেঙা Elephant Apple ২১ থেকেৰা Mangosteen ২২ বেতগাজ Rattan Shoot ২৩ বাঁহগাজ Bamboo shoot ২৪ ভূত জলকীয়া Ghost peeper ২৫ নগা জলকীয়া/কেপচিকাম Bell peeper মাহজাতীয় শস্য(Beans and pulses)- ১ মচুৰ মাহ Lentil ২ মটৰ মাহ Peas ৩ ধোৱা মগু White Lentil ৪ মাটি মাহ Urad bean ৫ মগু মাহ Mung bean ৬ ৰহৰ মাহ Pigeon pea ৭ বুটমাহ Chick pea ৮ ফ্ৰেছবীন Green bean ৯ ডাংবডি Yardlong bean/Cow peas ১০ ৰাজমাহ Common bean ১১ লেচেৰা মাহ Black-eyed pea ১২ উৰহী Indian bean/Butter bean মছলাজাতীয় শস্য(Spices)- ১ আদা Ginger ২ নহৰু Garlic ৩ জিৰা Cumin ৪ কালিজিৰা Black cumin ৫ জালুক Black peeper ৬ হালধি Turmeric ৭ ধনিয়া Coriander seed ৮ দালচেনি Cinnamon ৯ ইলাচি Cardamom ১০ লং Clove ১১ মেথিগুটি Fenugreek seed ১২ বগা সৰিয়হ White mustard sef ১৩ চফগুটি Aniseed ১৪ তেজপাত Malabar leaf উৎস: আইএনডিজি দল