সচঁ :

পুচা চৰবতী , হাৰা মধু , পাঞ্জাব চুনেহৰী , দুর্গাপুৰ মধূ , আর্কা ৰাজহঞ্চ , আর্কা জীত ।

মাটি নির্ব্বাচন

পানী জমা নোহোৱা ওখ পলসুৱা , খাৰুৱা মাটি নির্ব্বাচন কৰিব ।

বীজৰ পৰিমাণ

৫-৭ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময়

জানুৱাৰীৰ পৰা মার্চ মাহৰ মধ্যভাগলৈ ।

ব্যৱধান :

১.৫ - ২.০ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ )* ০.৬ -১.২ মিটাৰ ( পুলিৰ পৰা পুলিলৈ )

সাৰ প্রয়োগ

পচন সাৰ ২৫ টন , নাইট্রজেন ৬৮ কি: গ্রাম , ফছফৰাচ ৬৮ কি: গ্রাম ,পটাছ ১৩০ কি: গ্রাম প্রতি হেক্টৰত মাটি প্রস্তুত কৰিবৰ সময়ত প্রয়োগ কৰি লব ।

জলসিঞ্চন

শুকান বতৰত ১০ -১৫ দিনৰ ব্যৱধানত পানী যোগান ধৰিব ।

শস্য চপোৱা

পুৰঠ হোৱাৰ লগে লগে ফলবোৰ চিঙাৰ ব্যৱস্থা কৰিব ।
উত্পাদন :

২৮০ - ৪৫০ কুইন্টল / হেক্টৰত ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।