শস্যৰ নাম জাত ৰোপন ব্যৱধান ( ছে:মি:)শাৰী x পুলি ৰোপন সময় সাৰৰ পৰিমাণ প্রতি বিঘাত (কি:গ্রাম) পচনসাৰ ইউৰীয়া চুপাৰ পটাছ্ ফুলকবি আগতীয়া: আর্লিকুৱৰী পুছা কেতেকী, পুছা দিপালী ৪৫ x ৪৫ জুলাই - আগষ্ট ১৩০০ ২৪ ৪৯ ১১ মধ্যমীযা : পুছা স্নোব'ল, পুছা ছিনথেটিক ৬০ x ৬০ চেপ্তেম্বৰ - অক্টোবৰ ১৩০০ ২৪ ৪৯ ১১ শেহতীয়া : স্নোব'ল-১৬,হিছাৰ-১ ৪৫ x ৪৫ নবেম্বৰ পর্য্যন্ত ১৩০০ ২৪ ৪৯ ১১ বন্ধাকবি আগতীয়া : গোল্ডেন একাৰ,প্রাইড অৱ ইণ্ডিযা , পুছা মুক্তা ৬০ x ৩০ চেপ্তেম্বৰ - নবেম্বৰ ১৩০০ ৩৫ ৪৯ ১৪ শেহতীয়া : ড্রামহেড, ইকলিপচ ড্রামহেড ৬০ x ৬০ চেপ্তেম্বৰ - নবেম্বৰ ১৩০০ ৩৫ ৪৯ ১৪ ওলকবি আগতীয়া : হোৱাইট ভিয়েনা ৩০ x ২৫ চেপ্তেম্বৰ - নবেম্বৰ ১৩০০ ২৪ ৪৯ ১৪ শেহতীয়া : পার্পল ভিয়েনা ৩০ x ২৫ চেপ্তেম্বৰ - নবেম্বৰ ১৩০০ ২৪ ৪৯ ১৪ বেঙেনা কুছীয়া,জেচি-১,বি.ডব্লিড.আৰ -৩৪ আৰু ১২, পুছা ভৈৰব , পুছা ক্রান্তি,পন্ট সম্রাট,পুছা পার্পল( দীঘল , ঘূৰণীয়া, থোপা) ৭৫ x ৬০ চেপ্তেম্বৰ - নবেম্বৰ ১৩০০ ২৪ ৪৯ ১১ বিলাহী পঞ্জাৱ চুহাৰা , এচ-১২ , ছিউ, ভিচি - ৪৮-১, আর্কা আভা , আর্কা আলোক ৬০ x ৩০ অক্টোবৰ - নবেম্বৰ ১৩০০ ২২ ৪৯ ১৪ মূলা পুছা দেশী, পুছা হিমানী, বোম্বে ৰেড ১০ x ১২ আগষ্ট - অক্টোবৰ ১৩০০ ১৫ ৪০ ২০ গাজৰ নান্টেচ , পুছা কেশৰ ১০ x ৩০ অক্টোবৰ - নবেম্বৰ ১৩০০ ১৮ ২৪ ২৪ মটৰ টি-১৬৩, বোনেভিল ,এইছ . ইউ . পি - ২ , কে.এফ.পি.ডি - ১ ৩০ x ১০ অক্টোবৰ ৬০০ ৬ ৪০ - ফ্রেসবিন পুছা পার্বতী, কন্টেনডাৰ, ইউ. পি. এফ - ২০৩, প্রিমিয়াৰ ৪৫ x ৩০ অক্টোবৰ - মার্চ ২৫০০ ৮ ৩২ ৫ জলকীয়া এন.পি - ৪৬, পুছা জ্বৱালা, ৪৫x৪৫ ডিচেম্বৰ - জানুৱাৰী ১৩০০ ২০ ৩২ ১৪ কেপছি কাম আর্কা মোহনী, আর্কা গৌৰৱ, কেলফোর্ণিয়া ওন্দাৰ , চিলকচন -১৬ ৪৫ x ৪৫ ডিচেম্বৰ - জানুৱাৰী ১৩০০ ২০ ৩২ ১৪ আলু কুফ্রী চন্দ্রমুখী , কুফ্রী সিন্দুৰী, কুফ্রী জ্যোতি ৩০ x ১৫ অক্টোবৰ - নবেম্বৰ ১৩০০ ১৯ ৪৫ ১২ *চুপাৰ - একক চুপাৰ ফছফেট , পটাছ - মিউৰেট অৱ পটাছ । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।