১) গাখীৰ খীৰোৱাৰ আগতে গাইজনীক ভালকৈ গা ধুৱাই ল’ব ।

২) প্ৰতিদিনে একে সময়তে নিয়মিতভাৱে খীৰাব ।

৩) একে সময়ৰ ব্যৱধানত খীৰাব ।

৪) খীৰোৱাৰ আগতে ওহাৰখন ভালকৈ ধুই শুকুৱাই ল’ব ।

৫) দীঘলীয়া পাত্ৰত খীৰাব ।

৬) অতি সোনকালে খৰকৈ সম্পূৰ্ণকৈ খীৰাব ।

৭) এটা পিয়নকালত ৩০৫ দিনৰ অধিক খীৰাব নালাগে ।

উৎস :- অসমীয়া খবৰ