ক্র.নং. পেলুৰ প্ৰকাৰ কৃমিৰ নাম বেমাৰৰ নাম ঔষধৰ নাম পৰিমান/কি.গ্ৰা.গাৰ ওজন মাধ্যম মন্তব্য ১ পোৱালি গৰুৰ ঘূৰণীয়া পেলু এছকাৰিছ ভিটুলোৰাম এছকাৰিয়াছিছ ১) ফাৰবাণ্ডাজল২) এলবাণ্ডাজল৩) আইবাৰমেক্টিন ৫ মিলি/১০ কি.গ্ৰাম ২ গ্রা/১০ কে.জি মুখেৰে জন্মৰ ৫-৬ দিনৰ ভিতৰত প্রথম পালি,৪৫ দিন পিছত আকৌ ২য় পালি দিব লাগে৷ ২ চেপেটা কৃমি(ফ্লুক) লিভাৰ ফ্লুকঅ্যাম্ফিঅ’স্টোম ফেছিঅ’লিয়াছিছ, এম্ফিওস্টোমিয়াছিছ ১) ডিস্টোডিন২) জাণ্টিল৩) এলবাণ্ডাজল৪) আইবাৰমেক্টিন ১-২ টা টেবলেট৩০ মিলি/১০০ কিলোগ্ৰাম২ গ্ৰাম/১০ কিলোগ্ৰাম২ চিচি/১০০ কিলোগ্ৰাম ডিঙিৰ ওচৰৰৰ ছালৰ তলত প্রয়োজন সাপেক্ষে পেলুৰ ঔষধ দিব ছিস্টোছোমিয়াছিছনেজালিছএছ.জাপোনিকাম ছিস্টোছোমিয়াছিছ(নেজেল গ্রানিউলোমা) ১) অ্যান্থিওম্যালিন২) লিথিয়াম অ্যাণ্টিমনিথায়োম্যালেট ১৫ মি.লি১৫ মি.লি ৪-৬ বাৰ মাংস পেশীত প্রয়োজন সাপেক্ষে প্ৰয়োগ কৰিব ৩ ফিতা পেলু মোনিয়েজ়িয়া এক্সপেন্সাএম. বেনিডিন ফিতা পেলু সংক্রমণ আয়ুর্বেদিক ঔষধটেনিলওপেলআইবাৰম্যাক্টিন ১০-১২ গ্রাম/পশু১৫ গ্রাম/পশু ২০ দিন পিছত আকৌ দিব উৎস: আইএনডিজি দল