১ চুকাফা ১২২৮-১২৬৮ ২ চুতেওফা ১২৬৮-১২৮১ ৩ চুবিনফা ১২৮১-১২৯৩ ৪ চুখাংফা ১২৯৩-১৩৩২ ৫ চুখ্ৰাংফা ১৩৩২-১৩৬৪ ৬ চুতুফা ১৩৬৪-১৩৭৩ ৭ মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০ ৮ ত্যাওখাম্থি ১৩৮০-১৩৮৯ ৯ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭ ১০ চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭ ১১ চুজাংফা ১৪০৭-১৪২২ ১২ চুফক্ফা ১৪২২-১৪৩৯ ১৩ চুচেন্ফা ১৪৩৯-১৪৮৮ ১৪ চুহান্ফা ১৪৮৮-১৪৯৩ ১৫ চুপিম্ফা ১৪৯৩-১৪৯৭ ১৬ চুহুম্মুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯ ১৭ চুক্লেন্মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২ ১৮ চুখাম্ফা (খোৰা ৰজা) ১৫৫২-১৬০৩ ১৯ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১ ২০ চুৰম্ফা ১৬৪১-১৬৪৪ ২১ চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮ ২২ চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩ ২৩ চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০ ২৪ চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩ ২৫ চুক্লন্ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫ ২৬ চুহুং ১৬৭৫ (এমাহ) ২৭ গোবৰ ৰজা মাত্ৰ বিছ দিন ২৮ চুজিন্ফা ১৬৭৫-১৬৭৭ ২৯ চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯ ৩০ চুলিক্ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১ ৩১ চুপাত্ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬ ৩২ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪ ৩৩ চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪ ৩৪ চুনেন্ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১ ৩৫ চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯ ৩৬ চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০ ৩৭ চুহিত্পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫ ৩৮ চুক্লিংফা বা কমলেশ্বৰসিংহ ১৭৯৫-১৮১০ ৩৯ চুছিন্ফা বা চন্দ্ৰকান্তসিংহ ১৮১০-১৮১৮ ৪০ পুৰন্দৰসিংহ ১৮১৮-১৮১৯ ৪১ চন্দ্ৰকান্তসিংহ ১৮১৯-১৮২১ (২য় বাৰ) ৪২ যোগেশ্বৰসিংহ ১৮২১-১৮২৪ ৪৩ পুৰন্দৰসিংহ (২য় বাৰ) ১৮৩৩-১৮৩৮ সংগ্ৰহ: ৰাজীৱ গোস্ৱামী