অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা (১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য (২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা (৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা (৪) অসম গৌৰৱ : হেম বৰুৱা (৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ (৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ (৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী (৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন (৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা (১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা (১২) দেশভক্ত : তৰুণৰাম ফুকন (১৩) দেশপ্রাণ : লক্ষীধৰ শর্মা (১৪) বীৰবালা : কনকলতা (১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা (১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা (১৭) নটসূর্য : ফনী শর্মা (১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ (১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি (২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী (২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী (২২) বাগ্মীবৰ/ ককা : নীলমনি ফুকন (২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা (২৪) পাপৰিৰ কবি : গণেশ গগৈ (২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা (২৬) লোকনায়ক : অমিয় কুমাৰদাস (২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা (২৮) অসমৰ বেকন : সত্যনাথ বৰা (২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী (৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা (৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা (৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ (৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা (৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা (৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা (৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা (৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস (৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা (৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা উত্স : https://www.facebook.com/Mahiruh.sss