আপুনি বাৰু উইণ্ডোজত থকা RUN ব্যৱস্থাটো কেতিয়াবা ব্যৱহাৰ কৰি পাইছেনে? আমি বহুতেই আচলতে ইয়াৰ প্ৰকৃত ব্যৱহাৰ নাজানো? এই RUN কামাণ্ডটোৱে কম্পিউটাৰটোৰ বহুবোৰ কৰ্ম সহজে কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল: এক্সচিবিলিটি কন্ট্ৰোলছ: access.cpl এক্সচিবিলিটি উইজাৰড: accwiz এড হাৰ্ডৱেৰ উইজাৰড: hdwwiz.cpl এড/ৰিমোভ প্ৰগ্ৰামছ: appwiz.cpl এডমিনিছট্ৰেটিভছ টুলছ: Control admintools অটোমেটিক আপডেট: wuaucpl.cpl ব্লু-টুথ ফাইল ট্ৰেন্সফাৰ উইজাৰড: fsquirt কেলকুলেটেৰ: calc চাৰ্টিফিকেটছ: certngr.msc কেৰেক্টাৰ মেপ: charmap চেক ডিক্সছ: chkdsk ক্লিপবোৰ্ড ভিউৱাৰ: clipbrd কামাণ্ড ক্ৰোমট্: cmd কম্পনেন্ট চাৰ্ভিছ: dcomcnfg কম্পিউটাৰ মেনেজমেন্ট: compmgnt.msc কন্টোল পেনেল: control ইউজাৰ একাউন্সছ: control user passwords2 ডেট এণ্ড টাইমছ: timedate.cpl ডিডিই চেয়াৰছ: ddeshare ডিভাইচ মেনেজাৰ: devmgnt.nsc ডাইৰেক্ট এক্স: dxdiag ডিক্স ক্লিনাপ: cleanmgr ডিক্স ডিফ্ৰেক্টমেন: dfrg.msc ডিক্স মেনেজমেন্ট: diskmgnt.msc ডিক্স পাৰ্টিচন মেনেজাৰ: diskpart ডিচপ্লে প্ৰ’পাৰ্টিজ: desk.cpl ড্ৰাইভাৰ ভেৰিফায়াৰ মেনেজাৰ: verifier ইভেন্ট ভিউৱাৰ: eventvwr.msc ফাইল এণ্ড চেটিং ট্ৰেন্সফাৰ টুল: migwiz ফাইল চিগনেচাৰ ভেৰিফিকেশ্যন টুলছ: sigverif ফাইন্দ ফাৰ্ষ্ট: findfast.cpl ফোলডাৰ প্ৰ’পাৰ্টিজ: control folders ফ্ৰন্টছ: control fonts ফ্ৰন্টছ ফোলডাৰ: fonts গেম কন্ট্ৰোলাৰছ: goy.cpl গ্ৰুপ পলিচি এডিটৰ: gpedit.nsc হেল্প এণ্ড চাপোৰ্ট: helpctr হাইপাৰ টাৰ্মিনেল: hypertrm ইনডেক্সিং চাৰ্ভিছ: ciadv.msc ইন্টাৰনেট কানেকছন উইজাৰড: icwconn1 ইন্টাৰনেট এক্সপ্লোৰাৰ: iexplore ইন্টাৰনেট প্ৰ’পাৰ্টিজ: Inetcpl.cpl কীৱৰ্ড প্ৰ’পাৰ্টিজ: control keyboard লোকেল চিকিউৰিটি চেটিংছ: secpol.msc লোকেল ইউজাৰছ এণ্ড গ্ৰুপছ: lusrmgr.msc উইণ্ডোজ লগ অফ: logoff মাইক্ৰ’ছফট মুভি মেকাৰ: moviemk এম এছ পেইন্ট: mspaint মাইক্ৰছফট চিংক্ৰোনাইজেশ্যন টুলছ: mobsync মাউচ প্ৰ’পাৰ্টিজ: control mouse নেটৱৰ্ক কানেকশ্যনছ: control netconnections নেটৱৰ্ক চেটআপ উইজাৰড: netsetup.cpl নোটপেড: notepad অনষ্ক্ৰিন কীৱৰ্ড: osk পাচৱৰ্ড প্ৰ’পাৰ্টিজ: password.cpl ফোন এন্দ মোডেম অপচনছ: telephone.cpl পাৱাৰ কনফিগাৰেশ্যন: powercfg.cpl প্ৰিন্টাৰছ এণ্ড ফেক্স: controls printers প্ৰিন্টাৰছ ফোলডাৰছ: printers ৰিজ’নেল চেটিং: intl.cpl ৰিমোট ডেক্সটপ: mstsc স্কেনাৰ এণ্ড কেমেৰা: cti.cpl চিডিউল টাক্স: control schedcas চিকিউৰিটি চেন্টাৰ: wscei.cpl চেয়াৰড ফোলডাৰ: fsmg.mt.msc উইণ্ডোজ চাট ডাউন: windows shut down ৱৰ্ড পেড: write উইণ্ডোজ ভাৰজন: winver উইণ্ডোজ মেচেঞ্জাৰ: msmsgs উইণ্ডোজ ফায়াৰৱাল: firewall.cpl ইউটিলিটি মেনেজাৰ: utilman ইউজাৰ একাউন্সছ মেনেজমেন্ট: nusrmgr.cpl উৎস: ইন্টাৰনেট।