সদৌ অসম একাংকিকা নাট প্রতিযোগিতা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্রীয় সমিতিৰ সৌজন্যত মাজুলী জিলা সমিতিৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্রয়াত বিপুল মহন্ত সোঁৱৰণী ষষ্ঠবিংশতিতম সদৌ অসম একাংকিকা নাট প্রতিযোগিতা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। ১১ ছেপ্তেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে প্ৰতিযোগিতাখনিৰ সুভাৰম্ভ কৰা হ’ব। স্থান: মাজুলী মিলন সংঘ, কমলাবাৰী, মাজুলী তাৰিখ: ১১, ১২ আৰু ১৩ ছেপ্টেম্বৰ, ২০২৫ চন তিনিওদিনৰ নাটসমূহৰ নির্ধাৰিত ক্রম: ১১-০৯-২০২৫ ১ ) Sisyphean - The never ending game- ৰুদ্রা ড্রামা ক্লাব, মাজুলী ২) জিভা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতি ৩ ) Puppets from another play আখৰা Team of Drama, উত্তৰ লখিমপুৰ ৪) অভিশপ্ত দামোদৰ- শিল্পী সমাজ, শিৱসাগৰ ৫) হেডছাৰ- লাইট ফৰ লাইফ, ডুমডুমা ৬) শেষ পথে- মেখেলীগাঁও আঞ্চলিক যুৱক সংঘ, মাজুলী ৭) যাত্রা- ড্রামা লাইফ একাডেমী, অসম ৮) ঈচেঙৰ সাধু- শিপাভূমি নাট্যগোষ্ঠী, গোলাঘাট ৯) ভূমিকন্যা- ঈণ নাট্যদল, যোৰহাট ১২-০৯-২০২৫ ১) ৰূপান্তৰৰ চ'ৰাঘৰ- গড়মুৰ সদৰ আঞ্চলিক মইনা পাৰিজাত ২) ভূমিকন্যা- লখিমপুৰ বালিকা মহাবিদ্যালয় ৩) বিদূষক- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘিলামৰা আঞ্চলিক সমিতি ৪ ) টুপ- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতি। ৫) ত্রাহি দেব দামোদৰ- জ্যোতিশিল্প, নগাঁও ৬) মই ৰজা নহওঁ- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ধেমাজি জিলা সমিতি ৭) ক'ল্কা পাহাৰ- ৰিফ্লেক্সন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, তিনিচুকীয়া ৮) পক্ষাঘাত- সমন্বয় মাজুলী ৯) এক বৃক্ষ দহপুত্রসম- জ্যোতি ৰংগমঞ্চ, নগাঁও ১০) ৰহস্যাবৃত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতি ১১) ব্রিফকেচ- সাৰথি নাট্যগোষ্ঠী, বোকাখাত ১৩-০৯-২০২৫ ১) আমাৰ ৰজা, অন্তঃসত্বা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিশ্বনাথ জিলা সমিতি ২) জুপুৰিত জোনাক-New Goalpara Sports and Cultural Organisation, Goalpara ৩) আজি- খোজ, নগাঁও ৪) বাঘ- প্রজন্ম, নলবাৰী ৫) দ্রৌপদী- সৃজনী নাট্যদল, মালিগাঁও, গুৱাহাটী ৬) দ্যা কমিলিঅ'ন - অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চৰাইদেউ জিলা সমিতি ৭) A Beautiful Melody - নটতীর্থ, গুৱাহাটী ৮) আধা আঁকা ছবি- অভিমুখ, ননৈ, নগাঁও