প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা : যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা : লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা পুথি : ‘ধৰ্ম পুস্তক’ (১৮১৩), আত্মাৰাম শৰ্মা। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী : ‘বিলাতৰ চিঠি’ (১৯৩৯), জ্ঞানদাভিৰাম বৰুৱা। প্ৰথম অসমীয়া ছনেট : ‘প্ৰিয়তমাৰ চিঠি’, হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া ছনেট পুথি : ‘মালচ’ (১৯১৮), হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া গদ্য লেখক : ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য ৰচনা : ভট্টদেৱৰ ‘কথা গীতা’। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান : ‘অছমীয়া আৰু ইংৰাজী অভিধান’ (১৮৬৭), প্ৰণেতাঃ ডঃ মাইলছ ব্ৰনছন। প্ৰথম অসমীয়া ব্যাকৰণ : ‘গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ’ (১৮৩৯), উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ছপা বুৰঞ্জী : ‘আসাম বুৰন্জি পুথি’ (১৮৪৪), কাশীনাথ দ্বিজ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা। সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম : ‘বনফুল’ (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া পুথি সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম : ‘ইয়াৰুইঙ্গম’ (১৯৬১), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমীয়া উপন্যাস জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া : ‘মৃত্যুঞ্জয়’ (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পুথি প্ৰথম অসমীয়া আধুনিক নাটক : ‘ৰাম-নৱমী’ (১৮৫৭), গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া আধুনিক জীৱনী : ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’ (১৮৮০), গুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া অনাতাঁৰ নাটক : ‘বীণ বৰাগী’, প্ৰফুল্ল চন্দ্ৰ বৰুৱা। এইখন নাটক ১৯৩৫ চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা : ‘বনকুৱৰী’, চন্দ্ৰ কুমাৰ আগৰৱালা। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ : মাধৱ কন্দলি, চতুৰ্দশ শতিকাত। অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম : ‘Assamese Its Formation and Development’ গৱেষণা-গ্ৰন্থ (১৯৪০), ডঃ বাণীকান্ত কাকতি। প্ৰথম অসমীয়া গ্ৰন্থপঞ্জী : ‘অসমীয়া পুথিৰ তালিকা’, ১৯৩০ (Descriptive Catalogue of Assamese Manuscripts), সংকলন : হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া গল্প সংকলন : ‘সুৰভি’ (১৯০৯), লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা উপন্যাস : ‘লাহৰী’ (১৮৯২), পদ্মনাথ গোহাঞি বৰুৱা। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস : ‘ভানুমতী’ (১৮৯০),পদ্মনাথ গোহাঞি বৰুৱা। জনজাতীয় জীৱনৰ আধাৰত ৰচিত : ‘মিৰি জীয়ৰী’ (১৮৯৪), ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া উপন্যাস প্ৰথম অসমীয়া অভিধান প্ৰণেতা : যাদুৰাম ডেকাবৰুৱা (১৮০১-১৮৬৯) ; এওঁ ১৮৩৯ চনতে এখন অসমীয়া-ইংৰাজী অভিধান ৰচনা কৰিছিল যদিও অভিধান খন প্ৰকাশ নহ’ল। ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত : ‘ৰাম বিজয়’, নাট্যকাৰ : শংকৰদেৱ। প্ৰথম অসমীয়া নাট বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ : ‘ওমৰ তীৰ্থ’, (১৯২৫), যতীন্দ্ৰনথ দুৱাৰা। অসমীয়া অনুবাদ অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্য : ‘অভিমন্যু বধ’ (১৮৭৫), ৰমাকান্ত চৌধুৰী। ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া : ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ গৱেষণামূলক গ্ৰন্থ চিনাকি’ (১৯১২), দেৱানন্দ ভৰালী। অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী : ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া ভাষাৰ বিষয়ে অসমীয়া : ‘A Few Remarks of Assamese Language’, লেখকে লিখা প্ৰথম কিতাপ আনন্দৰাম ঢেকিয়াল ফুকন। প্ৰথম অসমীয়া শিশু উপন্যাস : ‘পাতালপুৰী’ (কুৰি শতিকাৰ প্ৰথম ভাগত প্ৰকাশিত), হৰগোবিন্দ শৰ্মা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত : ‘শকুন্তলা’, লম্বোদৰ বৰা। প্ৰথম নাটক ছেক্সপিয়েৰৰ প্ৰথম অনূদিত নাট : Comedy of Errors- অৰ অসমীয়া অনুবাদ ‘ভ্ৰমৰংগ’ : অনুবাদক : ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা, ৰত্নলাল বৰুৱা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু : মামণি ৰয়ছম গোস্বামী। একমাত্ৰ লেখিকা সৰস্বতী সন্মান লাভ কৰা প্ৰথম : লক্ষ্মীনন্দন বৰা, (২০০৮), ‘কায়কল্প’ উপন্যাসৰ সাহিত্যিক বাবে। অসমৰ সংবাদপত্ৰ/আলোচনী প্ৰথম সংবাদপত্ৰ : ‘অৰুণোদই’ (১৮৪৬-১৮৮২)। সম্পাদক : ডঃ নাথান ব্ৰাউন। স্বদেশী লোকৰ দ্বাৰা প্ৰতিষ্ঠিত : ‘আসাম বিলাসিনী’, (১৮৭১-১৮৮৩)। প্ৰথম সংবাদ পত্ৰ প্ৰথম সাদিনীয়া সংবাদ পত্ৰ : ‘আসাম মিহিৰ’ (১৮৭২-৭৩)। সম্পাদক : চিদানন্দ চৌধুৰী (দাস)। প্ৰথম দৈনিক বাতৰি কাকত : ‘দৈনিক বাতৰি’ (১৯৩৫-৩৬)। সম্পাদক : নীলমণি ফুকন। প্ৰথম ইংৰাজী দৈনিক : ‘আছাম ট্ৰিবিউন’ (১৯৪৬ – বৰ্তমানলৈকে) প্ৰথম সম্পাদক : লক্ষ্মীনাথ ফুকন। প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী : ‘কাৰ্টুন’ (১৯৬৬)। সম্পাদক : পুলক গগৈ। প্ৰথম অসমীয়া শিশু আলোচনী : ‘ল’ৰা বন্ধু’ (১৮৮৮)। সম্পাদক : কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া মহিলা আলোচনী : ‘ঘৰ জেউতি’ (১৯২৭)। সম্পাদক : কমলালয়া কাকতি, কনকলতা চলিহা। প্ৰথম শিক্ষানুষ্ঠানৰ পত্ৰিকা : ‘প্ৰভাত’ (যোৰহাট নৰ্মাল স্কুলৰ মুখপত্ৰ, ১৯১৫)। সম্পাদক : শৰৎ চন্দ্ৰ গোস্বামী। বৰ্তমানালৈকে একেৰাহে প্ৰকাশ হৈ : ‘জনমভূমি’ (১৯৪৭)। থকা আটাইতকৈ পুৰণি সাদিনীয়া প্ৰথম সম্পাদক : দুলাল চন্দ্ৰ ভূঞা। বাতৰি কাকত ৰাজনীতিক ঘোষিত উদ্দেশ্য হিচাপে : ‘এডভোকেট অব্ আসাম’ (১৯০৩-১৯১০)। প্ৰকাশিত অসমৰ প্ৰথম সম্পাদক : মথুৰামোহন বৰুৱা। বাতৰিকাকত অসমৰ প্ৰথম দহ দিনীয়া : ‘অপৰুপ’ (১৯৮০)। বাতৰি কাকত সম্পাদক : অৰুণ দত্ত। দুটা ভাষাত প্ৰকাশিত প্ৰথম : ‘আসাম নিউজ’ (১৮৮২-১৮৮৫)। সাপ্তাহিক প্ৰথম অসমীয়া মিনি আলোচনী : ‘বিন্দু’ (১৯৭০)। সম্পাদক : ভূপেন হাজৰিকা। অসমৰ বাহিৰত প্ৰকাশ পোৱা : ‘জোনাকী’ (১৮৮৯)। প্ৰথম অসমীয়া আলোচনী সম্পাদক : চন্দ্ৰ কুমাৰ আগৰৱালা। কেৱল মহিলাৰ বাবে প্ৰকাশিত : ‘উৰুলী’ (১৯৬৫)। সম্পাদক : হেমচন্দ্ৰ শৰ্মা। বিশেষ বাতৰিকাকত প্ৰথম তিনিদিনীয়া বাতৰিকাকত : ‘অসম বাতৰি’ (১৯৬৪)। সম্পাদক : চন্দ্ৰ প্ৰসাদ শইকীয়া। কৃষি বিষয়ক প্ৰথম আলোচনী : ‘আসাম কৃষক’ (১৯২১) সম্পাদক : নাৰায়ণ চন্দ্ৰ বৰুৱা। প্ৰথম অসমীয়া সাদিনীয়া আলোচনী : ‘নৱযুগ’ (১৯৬৩)। সম্পাদক : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক প্ৰথম : ‘মাহেকীয়া কেৰিয়াৰ গাইড’ (২০০৪)। অসমীয়া আলোচনী সম্পাদক : প্ৰীতিমা কৌশিক বৰুৱা। বৰ্তমানে অসমত প্ৰকাশ হৈ থকা কেইখন মান সংবাদপত্ৰ/আলোচনী ইংৰাজী দৈনিক বাতৰিকাকত : দি আছাম ট্ৰিবিউন, দি ছেণ্টিনেল। অসমীয়া দৈনিক বাতৰিকাকত : এদিনৰ সংবাদ, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আজি, আজিৰ অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক জনসাধাৰণ, আজিৰ দুপৰীয়া। হিন্দী/বাংলা দৈনিক : সময় প্ৰবাহ, সোণৰ কাছাৰ, হিন্দী ছেণ্টিনেল, পূৰ্বাঞ্চল প্ৰহৰী আদি। তিনিদিনীয়া/মাহেকীয়া আলোচনী : সাদিন, অগ্ৰ্দূত, অসম বাণী, জনভূমি, সাপ্তাহিক পূৰ্বোদয়, দলিত অসম, নতুন সময়, মহাজাতি, এই সপ্তাহ আদি। পষেকীয়া/মাহেকীয়া আলোচনী : গৰীয়সী, চিচিংফাক, নন্দিনী, পূবালী, প্ৰান্তিক, প্ৰিয় সখী, বাৰ্তাপখিলী, বিস্ময়, মায়া, ৰহস্য, কাৰেং, বিনোদন, মাহেকীয়া কেৰিয়াৰ গাইড, নিবেদন, স্বজন চিন্তা, স্বাস্থ্য, সপৰিবাৰ, সাতসৰী আদি। শিশু/কিশোৰৰ আলোচনী : অকণিৰ অগ্ৰদূত, জিজ্ঞাস, নতুন আৱিষ্কাৰ, প্ৰজ্ঞা, সঁফুৰা, মৌচাক, সৃজন, ৰংমেলা আদি। কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আৰু গ্ৰন্থকাৰ (বন্ধনীৰ ভিতৰত নিৰ্দিষ্ট গ্ৰন্থৰ প্ৰথম প্ৰকাশনৰ চন উল্লেখ কৰা হৈছে) অগ্নিৰ ডেউকা (২০০২) : সুৰেশ শৰ্মা (অনূদিত)। অঘৰী আত্মাৰ কাহিনী (১৯৬২) : চৈয়দ আব্দুল মালিক। অছমীয়া আৰু ইংৰাজী অভিধান (১৮৬৭) : মাইলছ ব্ৰনছন। অচিনাকি চীন : হেমাঙ্গ বিশ্বাস। অনন্য প্ৰান্তৰ : মেদিনী চৌধুৰী। অন্য জীৱন (১৯৮৭) : নিৰুপমা বৰগোহাঞি। অনৱগুণ্ঠিতা (২০০৬) : কল্পনা দুৱৰা, অদিতি বেজবৰুৱা। অন্য যুগ অন্য পুৰুষ (১৯৭০) : দেবেন্দ্ৰ নাথ আচাৰ্য। অনুৰাধাৰ দেশ (১৯৮৯) : ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। অন্তৰীপ (১৯৮৬) : ভবেন্দ্ৰ নাথ শইকীয়া। অভিযাত্ৰী (১৯৯২) : নিৰুপমা বৰগোহাঞি। অহ্ন-অপৰাহ্ন (২০০৬) : লীনা শৰ্মা। অমৃষা (২০০৭) : লীনা শৰ্মা। অৰ্ঘ্যাৱলী (১৯৬৪) : বেণুধৰ শৰ্মা। অলকানন্দা (১৯৬৭) : নলিনীবালা দেৱী। অলকালৈ চিঠি (১৯৪৯) : হলীৰাম ডেকা। অশান্ত ইলেকট্ৰন (১৯৬২) : সৌৰভ কুমাৰ চলিহা। অশান্ত প্ৰহৰ (১৯৭৮) : কাঞ্চন বৰুৱা। অসম অভিধান (২০০১) : শান্তনু কৌশিক বৰুৱা। অসম ডায়েৰী (১ম খণ্ড, ২০০৭) : পেইম থি গোহাঁই (সম্পাদিত)। অসমৰ জনজাতি (১৯৬২) : প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য (সম্পাদিত)। অসমৰ অৰ্থনীতিত বনৌষধি আৰু : অদীপ কুমাৰ ফুকন। সুগন্ধি উদ্ভিদ (২০০২) অদম্য শক্তি (২০০৭) : সুৰেন শৰ্মা (অনু)। অসমৰ বাতৰিকাকত : এটি ৰুপৰেখা (১৯৯৩) : প্ৰফুল্ল চন্দ্ৰ বৰুৱা। অসমৰ বাতৰিকাকত-আলোচনীৰ : চন্দ্ৰপ্ৰসাদ শইকীয়া (সম্পাদক)। ডেৰশ বছৰীয়া ইতিহাস (১৯৯৮) অসমৰ লোককলা (১৯৬৮) : যুগল দাস। অসমৰ লোক-সংস্কৃতি (১৯৬৭) : বিৰিঞ্চি কুমাৰ বৰুৱা। অসমৰ সংস্কৃতি (১৯৮৬) : লীলা গগৈ। অসমৰ সম্বাদ-পত্ৰৰ সমীক্ষাত্মক : প্ৰসন্ন কুমাৰ ফুকন। অধ্যয়ন (১৯৯৬) অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫) : সত্যেন্দ্ৰনাথ শৰ্মা। অসমীয়া কবিতাৰ ছন্দ (১৯৬২) : মহেন্দ্ৰ বৰা। অসমীয়া কবিতাৰ বৰ্ণালী (১৯৯৪) : চন্দ্ৰ কটকী। অসমীয়া চুটি গল্পৰ অধ্যয়ণ (১৯৯৫) : প্ৰহ্লাদ কুমাৰ বৰুৱা। অসমীয়া বিবিধ ব্যঞ্জন (১৯৯৬) : অনু বেজবৰুৱা। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস (১৯৯১) : প্ৰফুল্ল মহন্ত। অসমীয়া ব্যাকৰণ (১৮৫৯) : হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৬৭) : বিৰিঞ্চি কুমাৰ বৰুৱা। অসমীয়া ভাষাৰ ব্যাকৰণ : নাথান ব্ৰাউন। অসমীয়া লৰাৰ মিত্ৰ (১৮৪৯) : আনন্দৰাম ঢেকিয়াল ফুকন। অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৫৭) : দেবেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক : সত্যেন্দ্ৰনাথ শৰ্মা। ইতিবৃত্ত (১৯৫৯) অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া : হীৰেন গোহাঁই। পৰম্পৰা (১৯৮৭) অসমীয়া জীৱনী অভিধান (১৯৯২) : শিৱনাথ বৰ্মন। অসীমত যাৰ হেৰাল সীমা (১৯৪৫) : কাঞ্চন বৰুৱা। অসমীয়া বিশ্বকোষ (১৯৮০) : কনক চন্দ্ৰ মহন্ত। অসমীয়া বিশ্বকোষ (১৯৮৭) : ৰজনী কান্ত দেৱশৰ্মা (সম্পাদিত)। অসমীয়া খণ্ডবাক্য কোষ (১৯৬১) : বেণুধৰ ৰজখোৱা। অসমীয়া সমাৰ্থক শব্দকোষ (১৯৯৮) : সুমন্ত চলিহা। অৰুণোদইৰ ধলফাট (১৯৬৫) : বিৰিঞ্চি কুমাৰ বৰুৱা। অসমীয়া নাট্য সাহিত্য (১৯৬২) : সত্যেন্দ্ৰনাথ শৰ্মা। অসমীয়া বুক অব্ ৰেকৰ্ডছ (২০০৬) : শান্তনু কৌশিক বৰুৱা। অচিনা (১৯৬৪) : অমূল্য বৰুৱা। অসমীয়া ছন্দচিল্পৰ ভূমিকা (১৯৬৮) : নৱকান্ত বৰুৱা। অসমীয়া সাহিত্যত দৃষ্টিপাত (১৯৬১) : হেমন্ত কুমাৰ শৰ্মা। অসমীয়া সাহিত্যৰ ৰুপৰেখা (১৯৬২) : মহেশ্বৰ নেওগ। অসমীয়া উদ্ধৃতি অভিধান (২০০৩) : ৰক্তাভজ্যোতি বৰা। আই (১৯৬০) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আউনীআটী সত্ৰৰ বুৰঞ্জী (১৯৭৫) : তীৰ্থনাথ শৰ্মা। আঁচুফুল : হেম বৰুৱা। আছামিজ ইটছ ফৰমেছ্ন এণ্ড : বাণীকান্ত কাকতি। ডেভেলপমেণ্ট (১৯৪০) আছামিজ মেৰেজ ছিষ্টেম : হেমচন্দ্ৰ বৰুৱা। আড্ডা, কত কথা ইত্যাদি (২০০১) : তিলক হাজৰিকা। আমাৰ সপোন (২০০৮) : সুৰেশ শৰ্মা (অনুবাদ)। আত্মানুসন্ধান : হোমেন বৰগোহাঞি। আধালেখা দস্তাবেজ (১৯৮৮) : মামণি ৰয়ছম গোস্বামী। আধুনিক অসমীয়া সাহিত্যৰ : নগেন শইকীয়া (সম্পাদিত)। মঞ্জৰী (১৯৯৬) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী : ডিম্বেশ্বৰ নেওগ। আধুনিক অসমীয়া বিশ্বকোষ (১৯৯৪) : সূৰ্য হাজৰিকা (সম্পাদিত)। আধুনিক অসমীয়া শব্দকোষ (১৯৯১) : সুমন্ত চলিহা। আন এজন (১৯৮৬) : হৰেকৃষ্ণ ডেকা। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন : গুণাভিৰাম বৰুৱা। চৰিত্ৰ (১৯৮০) আন্ধাৰত নিজৰ মুখ (১৯৯১) : নগেন শইকীয়া। আপোন সুৰ (১৯৩৮) : যতিন্দ্ৰনাথ দুৱৰা। আমেৰিকান মিছনেৰীসকল আৰু : হেৰম্বকান্ত বৰপূজাৰী। ঊনবিংশ শতিকাৰ অসম (১৯৮৩) আশীৰ্বাদৰ ৰং (১৯৯৬) : অৰুণ শৰ্মা। আহুতি (১৯৬২) : অম্বিকাগিৰি ৰায়চৌধুৰী। আকাশবন্তী (১৯৬৭) : নীলিমা দত্ত। আনন্দে নধৰে হিয়া (১৯৬৭) : লক্ষ্মীনাথ ফকন। আধুনিক গল্প সাহিত্য (১৯৬৫) : ত্ৰৈলোক্যনাথ গোস্বামী। আছামিজ প্ৰ’ভাৰ্বছ (১৯৬২) : প্ৰফুল্ল চন্দ্ৰ বৰুৱা। আছামিজ লিটাৰেছাৰ (১৯৬৫) : হেম বৰুৱা। আছাম ইন দ দেজ অব্ দা কোম্পানী : হেৰম্বকান্ত বৰপূজাৰী। (১৯৬৩) আডল্ফ হিট্লাৰ (১৯৮২) : সত্যেন বৰকটকী। আমাৰ সপোন (২০০৮) : সুৰেশ শৰ্মা (অনদ্বাদ)। আছাম ইয়েৰ বুক (২০০০) : শান্তনু কৌশিক বৰুৱা (সম্পাদিত)। ইংৰাজী অসমীয়া শব্দকোষ (১৮৬৪) : এছ আৰ ৱাৰ্ড। ইতিহাস চিন্তা (১৯৮৮) : ধ্ৰুৱজ্যোতি বৰা। ইতিহাসে সোঁৱৰা ছশটা বছৰ : সৰ্বানন্দ ৰাজকুমাৰ। ইয়াৰুইঙ্গম (১৯৬০) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ (১৯৭৯) : নিৰুপমা বৰগোহাঁঞি। ইণ্ডিয়া ২০২০ (২০০৪) : সুৰেশ শৰ্মা (অনু)। ইজৰাইল (১৯৬৭) : হেম বৰুৱা। ঈশ্বৰী জখ্মি যাত্ৰী আৰু অন্যান্য (১৯৯১) : মামণি ৰয়চম গোস্বামী। উত্তৰাকাণ্ড ৰাময়ণ : শংকৰদেৱ। উপলা নদীৰ দৰে (১৯৯০) : মহেন্দ্ৰ বৰা। উপত্যকাৰ পৰা উপত্যকালৈ (২০০২) : দীপক কুমাৰ বৰকাকতি। ঊনবিংশ শতিকাৰ অসম সংবাদ (১৯৯৫) : যোগেন্দ্ৰ নাৰায়ণ ভূঞা। একবিংশ শতিকাৰ অসম (২০০০) : কনক সেন ডেকা (সম্পা.)। এ কালছাৰেল হিষ্টৰী অব্ আছাম : বিৰিঞ্চি কুমাৰ বৰুৱা। এজাক মানুহ এখন অৰণ্য (১৯৮৬) : উমাকান্ত শৰ্মা। এছেণ্ডিং কুমজেলেকুৱা : সত্যেন বৰকটকী। এ গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ : উইলিয়াম ৰবিনছন। (১৮৩৯) এ ফিউ ৰিমাৰ্কছ অন্ আছামিজ : আনন্দৰাম ঢেকিয়াল ফুকন, লেংগুৱেজ (১৮৪৯) এধানি মাহীৰ হাঁহি (২০০১) : মহিম বৰা। এশ বছৰৰ অসমীয়া গদ্য-সাহিত্য (১৯৯৯) : ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (সম্পা.)। এশ বছৰৰ অসমীয়া উপন্যাস (২০০৭) : নগেন ঠাকুৰ (সম্পা.)। ঐতিহ্য : অসমীয়া সাহিত্য (২০০৭) : প্ৰফুল্ল চন্দ্ৰ বৰা (সম্পা.)। ওমৰ তীৰ্থ (১৯২৫) : যতীন্দ্ৰনাথ দুৱৰা। (অনু.)। কংগ্ৰেছৰ কাঁচিয়ালি ৰ’দত (১৯৫৯) : বেণুধৰ শৰ্মা। কঃ পন্থা : কমলাকান্ত ভট্টচাৰ্য্য। ককাদেউটা আৰু নাতি ল’ৰা (১৯১২) : লক্ষ্মীনাথ বেজবৰুৱা। ককাদেউতাৰ হাড় (১৯৭৩) : নৱকান্ত বৰুৱা। কথাগীতা : ভট্টদেৱ। কথা গুৰুচৰিত : ৰামচৰণ ঠাকুৰ। কথা ভাগৱত : ভট্টদেৱ। কপিলীপৰীয়া সাধু (১৯৫৪) : নৱকান্ত বৰুৱা। কপলিং ছিগা ৰে’ল (১৯৫৯) : লীলা গগৈ। কাঠনিবাৰী ঘাট (১৯৬১) : মহিম বৰা। কানীয়া কীৰ্তন (১৯৬৩) : হেমচন্দ্ৰ বৰুৱা। কালপুৰুষ (১৯৭৬) : দেবেন্দ্ৰনাথ আচাৰ্য। কিউপিউ আৰু ছাইকী : হেম বৰুৱা। কীৰ্ত্তন – ঘোষা : শংকৰদেৱ। কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ : কৃষ্ণকান্ত সন্দিকৈ। কেতেকী (১৯৬১) : ৰঘুনাথ চৌধাৰী। কবি আৰু কবিতা (১৯৬৯) : নন্দ তালুকদাৰ। কায়কল্প (২০০২) : ডঃ লক্ষ্মীনন্দন বৰা। কটন কলেজ (১৯৭০) : নবীন বৰুৱা। কথা বৰেণ্য ১০০ (২০০৬) : শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা.)। কদম কলি (১৯৬৪) : লক্ষ্মীনাথ বেজবৰুৱা। কালচাৰেল হিষ্ট’ৰি অব্ আছাম (১৯৬৯) : বিৰিঞ্চি কুমাৰ বৰুৱা। কেঁহোকলি : লক্ষ্মীনাথ বেজবৰুৱা। কোনে কেতিয়া ক’ত কেনেকৈ কি : শান্তনু কৌশিক বৰুৱা। আৱিষ্কাৰ কৰিছিল (২০০০) গীতা : মহেন্দ্ৰ বৰা (অনু.)। গোলাম (১৯৭৪) : সৌৰভ কুমাৰ চলিহা। গ্ৰামাটিকেল নটিচেছ (পাছলৈ নটছ) : নাথান ব্ৰাউন। অব্ দা আছামিজ লেংগুৱেজ (১৮৪৮) গজেন্দ্ৰ উপাখ্যান (১৯৭০) : দুৰ্গেশ্বৰ বৰঠাকুৰ। গৰমা কুঁৱৰী (১৯৮০) : নৱকান্ত বৰুৱা। গহ্বৰ (১৯৮৭) : ভবেন্দ্ৰনাথ শইকীয়া। গল্প আৰু শিল্প (১৯৯৮) : হৃদয়ানন্দ গগৈ। (সম্পা.) গৱেষণা পদ্ধতি পৰিচয় (১৯৯৬) : নগেন শইকীয়া। গাঁৱলৈ আহিলো ঘূৰি (১৯৯৯) : জগদীশ ফুকন। গঙা চিলনীৰ পাখি (১৯৬২) : লক্ষ্মীনন্দন বৰা। গৃহযুদ্ধ (২০০৯) : কনকসেন ডেকা। চৰাইদেউ : ত্ৰৈলোক্য ভট্টাচাৰ্য। চৈয়দ আব্দুল মালিক ৰচনাৱলী : লুৎফুৰ ৰহমান (সম্পা.)। (প্ৰথম খণ্ড, ১৯৯৮) চিৰাজ (১৯৬৭) : ফণী শৰ্মা। চিত্ৰ-বিচিত্ৰ অসম (২০০৩) : প্ৰদীপ বৰুৱা। চেনেহজৰীৰ গাঁঠি (২০০৩) : অতুলানন্দ গোস্বামী। ছয় দশকৰ গদ্য (২০০৩) : ভবেন্দ্ৰ নাথ শইকীয়া। ছয় দশকৰ গল্প (২০০১) : সৌৰভ কুমাৰ চলিহা। জীৱন বৃত্ত (১৯৯৯) : ভবেন্দ্ৰ নাথ শইকীয়া। জীৱন ৰেখা (২০০২) : ভবেন্দ্ৰ নাথ শইকীয়া। জীৱনৰ দীঘ আৰু বাণি (১৯৮৮) : মহেশ্বৰ নেওগ। জীৱনৰ বাটত (১৯৪৫) : বীণা বৰুৱা। জাৱনী সংগ্ৰহ (১৯২৫) : পদ্মনাথ গোহাঞি বৰুৱা (সম্পা.)। জ্ঞানমালিনী : মফিজুদ্দিন আহমদ হাজৰিকা। জংগম (১৯৮২) : দেৱেন্দ্ৰনাথ আচাৰ্য। জাতিষ্মৰ (১৯৬১) : মহেন্দ্ৰ বৰা। জলপদ্ম (২০০১) : নিৰ্মলপ্ৰভা বৰদলৈ। ডাক-প্ৰবচন আৰু ডাক-পৰম্পৰা (২০০৫) : ডঃ নবীন চন্দ্ৰ শৰ্মা। ডাৱৰ আৰু নাই (১৯৫৫) : যোগেশ দাস। ডায়েৰী (২০০১) : অনুৰাধা শৰ্মাপূজাৰী। ডিছক’ভাৰী অব্আছাম (১৯৬২) : সতীশ চন্দ্ৰ কাকতি। ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এভুমুকি (১৯৭৮) ডেকা-ডেকেৰীৰ বেদ (১৯৫৮) : অম্বিকাগিৰি ৰায়চৌধুৰী। তুমি (১৯৬২) : অম্বিকাগিৰি ৰায়চৌধুৰী। তুলনামূলক সাহিত্য আৰু অনুবাদ : প্ৰফুল্ল কটকী। বিচাৰ(২০০২) দঁতাল হাতীৰ উয়ে খোৱা হাওদা (১৯৮৮) : মামণি ৰয়ছম গোস্বামী। দশম : শংকৰদেৱ। দহিকতৰা (১৯৬২) : ৰধূনাথ চৌধাৰী। দূৰবীণ (১৯৫১) : বেণুধৰ শৰ্মা। দেৱী (১৯৬৯) : নিৰ্মল প্ৰভা বৰদলৈ। দৃষ্টিকোণ (১৯৯৫) : চন্দ্ৰ প্ৰসাদ শইকীয়া। দেও লাংখুই (২০০৫) : ৰীতা চৌধুৰী। দেৱ দুন্দুভি বাজে কাৰ বাবে (১৯৬৮) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (অনু.)। দিল্লীৰ ডুখৰীয়া ছবি (১৯৬৬) : অনু বৰুৱা। দক্ষিণপাট সত্ৰ (১৯৬৮) : বেণুধৰ শৰ্মা। ধন্য নৰ তনু ভাল (১৯৮৭) : চৈয়দ আব্দুল মালিক। নতুন কবিতা (১৯৫৬) : মহেন্দ্ৰ বৰা। নৱকান্ত বৰুৱা শিশু সাহিত্য সমগ্ৰ : গগন চন্দ্ৰ অধিকাৰী (সম্পাদনা)। (প্ৰথম খণ্ড, ২০০৩) ‘নতুন দৈনিক’ৰ এটা দশকৰ নিৰ্বাচিত : সূৰ্য হাজৰিকা (সম্পা.)। ৰচনা সংকলন (১৯৯৮) নন্দন-তত্ত্ব : প্ৰাচ্য আৰু পশ্চাত্য : ত্ৰৈলোক্য নাথ গোস্বামী। (১৯৮০) নৱকান্ত বৰুৱাৰ উপন্যাস সমগ্ৰ (২০০২) : উৎপল দত্ত (সম্পা.)। নাপালেঅ’ বোনাপাৰ্ট (১৯৭৩) : সত্যেন বৰকটকী। নামঘৰীয়া (১৯৯০) : অতুলানন্দ গোস্বামী। নাম-ঘোষা : মাধৱদেৱ। নিৰ্বাচিত সম্পাদকীয় (১৯৯৫) : চন্দ্ৰ প্ৰসাদ শইকীয়া। নীলকণ্ঠী ব্ৰজ (১৯৭৬) : মামণি ৰয়ছম গোস্বামী। নীলা চৰাই (১৯৪৮) : অতুল চন্দ্ৰ হাজৰিকা। নিউ লাইট অন হিষ্টৰী অব্ আছামীজ : ডিম্বেশ্বৰ নেওগ। লিটাৰেচাৰ (১৯৬২) নাটক আৰু অভিনয় প্ৰসংগ : সত্য প্ৰসাদ বৰুৱা। নিমাতী কইনা (১৯৬৪) : জ্যোতিপ্ৰসাদ আগৰৱালা। নতুন পোহৰত অসমীয়া সাহিত্য (১৯৫৭) : ডিম্বেশ্বৰ নেওগ। নিঃসংগতা (২০০১) : হোমেন বৰগোহাঞি। পথ-প্ৰদৰ্শক আত্মা (২০০৫) : সুৰেশ শৰ্মা (অনু.)। পবিত্ৰ অসম (১৯৬০) : মহেশ্বৰ নেওগ। পাতাল-ভৈৰৱী (১৯৬৮) : লক্ষ্মীনন্দন বৰা। পপীয়া তৰাৰ সাধু : ৰীতা চৌধুৰী। পান-ভোজন (২০০১) : মুক্তি প্ৰসাদ গগৈ। পাপৰ পুখুৰী (২০০০) : য়েছে দৰজে ঠংচি। পাহাৰী কন্যা (২০০৬) : বিকাশজ্যোতি বৰুৱা। পিতা-পুত্ৰ (১৯৭৫) : হোমেন বৰগোহাঞি। পুৰণি অসমীয়া সাহিত্য (১৯৬৮) : বাণীকান্ত কাকতি। পৃথিৱীৰ অসুখ (১৯৭৯) : যোগেশ দাস। পৃথিৱীৰ প্ৰেম : ফণী তালুকদাৰ। পৃথিৱীৰ বিভিন্ন ভাষা : নগেন ঠাকুৰ। পৃথিৱী-পৰিক্ৰমা (প্ৰথম খণ্ড, ২০০৪) : শান্তনু কৌশিক বৰুৱা। পৃথিৱীৰ হাঁহি (১৯৬৩) : লুম্বেৰ দাই। প্ৰতিমা : চন্দ্ৰ কুমাৰ আগৰৱালা। প্ৰসংগ-কোষ (১৯৬৩) : আব্দুছ ছাত্তাৰ। প্ৰসংগ : জ্যোতিপ্ৰসাদ (২০০২) : ভবেন বৰুৱা। প্ৰাচীন কামৰুপত ধৰ্মৰ ধাৰা (১৯৫৫) : বাণীকান্ত কাকতি। প্ৰায়োগিক সমীক্ষা : প্ৰফুল্ল কটকী। প্ৰতিপদ (১৯৭০) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পদুম কুঁৱৰী : লক্ষ্মীনাথ বেজবৰুৱা। প্ৰফেছাৰ বৰুৱাৰ চিঠি (১৯৬৮) : বিৰিঞ্চি কুমাৰ বৰুৱা। প্ৰাগজ্যোতোষৰ ইতিহাস (২০০২) : ডিম্বেশ্বৰ শৰ্মা। ফেৰেংগাদাও (১৯৮২) : মেদিনী চৌধুৰী। ফিনিক্স পখীৰ গান : নবীন বৰুৱা। ফেলানি (২০০৩) : অৰুপা পটংগীয়া কলিতা। বতাহত ক’ৰ গধূলিগোপাল (২০০৫) : ডঃ হীৰেন গোহাঁঞি। বিষকন্যাৰ দেশত (২০০৬) : য়েছে দৰজে ঠংচি। বকুল বনৰ কবিতা (১৯৭৬) : আনন্দ চন্দ্ৰ বৰুৱা। বনফুল (১৯৫২) : যতিন্দ্ৰ নাথ দুৱৰা। বন্দুকাবেহাৰ (১৯৭৬) : মেদিনী চৌধুৰী। বৰগীত (১৯৯২) : বাপচন্দ্ৰ মহন্ত (সম্পা.)। বহল ব্যাকৰণ : সত্যনাথ বৰা। বান্ধোন সুলকি পৰে (১৯৯৪) : তৰুণ চন্দ্ৰ বৰুৱা (অনু.)। বাহিৰে ৰ্ং চং ভিতৰে কোৱাভতুৰী : হেমচন্দ্ৰ বৰুৱা। বাৰভূঞাৰ চমু বুৰঞ্জী (১৯৬১) : নকুল চন্দ্ৰ ভূঞা। বাঁহীৰ পাতত চিন্তাৰ ৰেঙনি (১৯৯৪) : নমিতা ডেকা (সম্পা.)। বিংশ শতাব্দীৰ অসমীয়া সাহিত্য (১৯৬৭) : হোমেন বৰগোঁহাঞি। বিজ্ঞান লেখকৰ হাতপুথি (২০০৩) : ডঃ দীনেশ চন্দ্ৰ গোস্বামী (সম্পা.)। বিজ্ঞানৰ কি কিয় কনকৈ কোন আৰু : শান্তনু কৌশিক বৰুৱা। কেতিয়া (১৯৯৮) বিপন্ন সময় : মেদিনী চৌধুৰী। বিহুগীত আৰু বনঘোষা (১৯৬১) : লীলা গগৈ। বিস্মৃত ব্ক্তিক্ৰম (১৯৮১) : মুনীন বৰকটকী। বিশ্বকোষ (বিজ্ঞান) : দীনেশ চন্দ্ৰ গোস্বামী (সম্পা.)। বিশ্ব ঐতিহ্য (২০০৮) : শান্তনু কৌশিক বৰুৱা। বাঁহ ফুলৰ গোন্ধ (২০০৫) : য়েছে দৰজে ঠংছি। বিষকন্যাৰ দেশত (২০০৬) : য়েছে দৰজে ঠংছি। বন্দো কি ছন্দেৰে (১৯৬৫) : অম্বিকাগিৰী ৰায়চৌধুৰী। বুঢ়ী আইৰ সাধু (১৯১১) : লক্ষ্মীনাথ বেজবৰুৱা। বেদনাৰ উল্কা (১৯৬৪) : অম্বিকাগিৰী ৰায়চৌধুৰী। বেলিমাৰ : লীলা গগৈ। বৃকোদৰ বৰুৱাৰ বিয়া (১ম-২য় খণ্ড) : লীলা গগৈ। বেণুধৰ শৰ্মা (১৯৮৩) : তীৰ্থনাথ শৰ্মা। বৈষ্ণৱ শব্দকোষ (২০০৭) : ডঃ ভাৰত বৰা। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (১৯৮৯) : অজিৎ বৰুৱা। ব্যৰ্থতাৰ দান (১৯৫৬) : লক্ষ্মীধৰ শৰ্মা। বিভিন্ন নৰক (১৯৬৬) : হোমেন বৰগোহাঞি। বিষণ্ণতা (২০০২) : হোমেন বৰগোহাঞি। ভৱিষ্যদৰ্শন : অসম (২০০৫) : অদীপ কুমাৰ ফুকন। ভাৰতবৰ্ষ ২০২০ (২০০৪) : দুৰেশ শৰ্মা (অনু.)। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ : লক্ষ্মীনাথ তামুলী। অৱদান (১৯৮৮) ভাতৰ ভ্ৰমণ সাৰথি (১৯৯৩) : পুৰন্দৰ গগৈ, অনন্ত হাজৰিকা। ভোগজৰা : ডিম্বেশ্বৰ নেওগ। মঞ্চলেখা (১৯৬৭) : অতুল চন্দ্ৰ হাজৰিকা। মগৰীবৰ আজান (১৯৪৮) : সাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণকান্ত ভট্টাচাৰ্য। মজিয়াৰ পৰা মেজলৈ (১৯৮৬) : বেণুধৰ শৰ্মা। মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (২০০৬) : হোমেন বৰগোহাঞি। মধুপুৰ বহু দূৰ (১৯৯২) : শীলভদ্ৰ। মনোমতী (১৯৬৫) : ৰজনীকান্ত বৰদলৈ। মহাত্মাৰ পৰা ৰুপকোঁৱৰলৈ (১৯৬৯) : লক্ষ্মীনাথ ফুকন। মহাৰথী (১৯৯২) : চন্দ্ৰ প্ৰসাদ শইকীয়া। মহেন্দ্ৰ বৰঠাকুৰৰ নিৰ্বাচিত নাটক : মহেন্দ্ৰ বৰঠাকুৰ। (২০০২) মাজুলী (২০০১) : প্ৰশান্ত কুমাৰ মহন্ত (সম্পা.)। মাদাৰ গডেছ কামাখ্যা (১৯৬৭) : বাণীকান্ত কাকতি। মানুহ বিচাৰি (১৯৮৭) : লক্ষ্যধৰ চৌধুৰী। মামৰে ধৰা তৰোৱাল (১৯৮০) : মামণি ৰয়ছম গোস্বামী। মিছন ইণ্ডিয়া (২০০৭) : সুৰেশ শৰ্মা (অনু.)। মিৰি জীয়ৰী (১৮৯৪) : ৰজনীকান্ত বৰদলৈ। মৃত্যুঞ্জয় (১৯৭০) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মেকং নৈ দেখিলো (১৯৬৭) : হেম বৰুৱা। মৌন ওঁঠ মুখৰ হৃদয় (২০০১) : য়েছে দৰজে ঠংচি। মোৰ জন্ম হোৱাটো অন্ততঃ সঁচা (২০০৯) : ৰংবং তেৰাং। মোৰ জীৱন সোঁৱৰণ (১৯২৮) : লক্ষ্মীনাথ বেজবৰুৱা। মোৰ যে কিমান হেঁপাহ (১৯৯২) : কেশৱ মহন্ত। মোৰ সোঁৱৰণী (১৯৭১) : পদ্মনাথ গোহাঞি। মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱা। মহাপ্ৰাণ অসমীয়া ডঃ ভবেন্দ্ৰনাথ শইকীয়া : ৰক্তাভজ্যোতি বৰা (সম্পা.)। মোৰ সাংবাদিক জীৱন (১৯৮৯) : হোমেন বৰগোহাঞি। মোৰ সত্য অন্বেষণৰ কাহিনী (১৯৮৮) : অমিয় কুমাৰ দাস (অনু.)। মদাৰ ফুলৰ মালা (১৯৬৮) : হেমচন্দ্ৰ শৰ্মা। মিলনৰ সুৰ (১৯৫৮) : যতীন্দ্ৰনাথ দুঅৱৰা। মৃত্যু গছকি আনা জয় জিনি : বীৰেন বৰকটকী। মন ময়ূৰী (১৯৬৭) : হেম বৰুৱা। মণিৰাম দেৱান (১৯৬৬) : বেণুধৰ শৰ্মা। যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯) : কৃষ্ণকান্ত সন্দিকৈ। ৰংপুৰে কথ কয় : পদ্মধৰ চলিহা। ৰংমিলিৰ হাঁহি (১৯৮১) : ৰংবং তেৰাং। ৰমন্যাসবাদ (১৯৯৫) : মহেন্দ্ৰ বৰা। ৰাজপথে ৰিঙিয়ায় (১৯৫৫) : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৰামধেনুৰ সম্পাদকীয় : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৰামধেনুৰ শ্ৰেষ্ঠ গল্প (১৯৯৭) : হৃদয়ানন্দ গগৈ (সম্পা.)। ৰুপতীৰ্থৰ যত্ত্ৰী (১৯৬৫) : চৈয়দ আব্দুল মালিক। ৰুপালীম (১৯৬০) : জ্যোতিপ্ৰসাদ আগৰৱালা। ৰেড ৰিভাৰ এণজ্ঞ ব্লু হিলছ : হেম বৰুৱা। ৰঙ্গিলী (১৯৬২) : ৰজনীকান্ত বৰদলৈ। লঘু-গুৰু (১৯৯৬) : মহেন্দ্ৰ বৰা। লিতিকাই (১৮৯০) : লক্ষ্মীনাথ বেজবৰুৱা। লেখক-সাংবাদিকৰ গাইড (১৯৯৮) : শান্তনু কৌশিক বৰুৱা, শাংকব কৌশিক বৰুৱা। লোক কল্পদৃষ্টি (১৯৮৭) : নীলমণি ফুকন। লৌহিত্য-সিন্ধু (১৯৯৭) : তিলোত্তমা মিশ্ৰ। শকুনিৰ প্ৰতিশোধ (১৯৬৮) : গণেশ গগৈ। শিল্পীৰ আলোকযাত্ৰা (২০০২) : গীতাশ্ৰী তামুলী আৰু অখিল গগৈ (সম্পা.)। শেৱালি (১৯৬৫) : ৰত্নাকৰ বৰকাকতি। শিৱ (২০০০) : নিৰ্মল প্ৰভা বৰদলৈ। শেষ পৃষ্ঠা (১ম, ২য়, ৩য় খণ্ড) : ভবেন্দ্ৰ নাথ শইকীয়া। শৃংখল (১৯৭৩) : ভবেন্দ্ৰ নাথ শইকীয়া। শ্ৰী কৃষ্ণ (১৯৯৬) : সুৰেন্দ্ৰ কুমাৰ দাস। শ্ৰী শ্ৰী শংকৰদেৱ (১৯৪৮) : মহেশ্বৰ নেওগ। শ্ৰী শ্ৰী শংকৰদেৱ : বৈষ্ণৱ ছেইণ্ট : বিৰিঞ্চি কুমাৰ বৰুৱা। অব্ আছাম (১৯৬০) শংকৰদেৱ এণ্ড হিজ টাইমছ (১৯৬৫) : মহেশ্বৰ নেওগ। সন্ধিয়াৰ সুৰ (১৯২৮) : নলিনীবালা দেৱী। সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (১ম : শান্তনু কৌশিক বৰুৱা। আৰু ২য় খণ্ড ; ২০০১-২০০২) সবিনয় নিবেদন (২০০০) : গৌৰীশংকৰ ভট্টাচাৰ্য। সাগৰ দেখিছা (১৯৬৬) : দেৱকান্ত বৰুৱা। সাগৰিকা (২০০২) : লীনা শৰ্মা। সাতসৰী অসম বুৰঞ্জী : সূৰ্য কুমাৰ ভূঞা। সাধু কথাৰ কুকি (১৯১০) : লক্ষ্মীনাথ বেজবৰুৱা। সাৰথি (১৯১৫) : সত্যনাথ বৰা। সাহিত্য আৰু চেতনা (১৯৭৬) : হীৰেণ গোহাঁই। সাহিত্য বিচাৰ (১৯২২) : সত্যনাথ বৰা। সাহিত্য আৰু সাহিত্য : মহেন্দ্ৰ বৰা। সাহিত্যবিদ্যা পৰিক্ৰমা (১৯৬২) : তীৰ্থনাথ শৰ্মা। সপোনৰ দিকচৌ বনত (২০০৯) : ডঃ হীৰেন গোহাঁই। সুগন্ধি পখিলা (১৯৮১) : হীৰেন ভট্টাচাৰ্য। সাহিত্যৰথী (২০০৬) : ডঃ প্ৰফুল্ল কটকী। সুন্দৰৰ সৰু-বৰ আলিয়েদি (১৯৮০) : ভূপেন হাজৰিকা। সুদীৰ্ঘ দিন আৰু ঋতু (১৯৮২) : নিৰ্মলপ্ৰভা বৰদলৈ। সুবালা (১৯৬৩) : হোমেন বৰগোহাঁই। সুৰুযমুখীৰ স্বপ্ন (১৯৬০) : চৈয়দ আব্দুল মালিক। সেউজী পাতৰ কাহিনী (১৯৫১) : ৰাস্না বৰুৱা। স্নেহ দেৱীৰ একুঁকি গল্প (১৯৯১) : স্নেহ দেৱী। স্বৰ্ণলতা (১৯৯১) : তিলোত্তমা মিশ্ৰ। সোণালী জাহাজ (১৯৭৭) : ভবেন বৰুৱা। সেই নদী নিৰৱধি (১৯৬৯) : নিৰুপমা বৰগোহাঞি। সূৰ্য হেনো নামি আহে এই : নীলমণি ফুকন। নদীয়েদি (১৯৬৩) সৌৰজগত (২০০৪) : দীপজ্যোতি নেওগ। সপোনৰ খোজ (২০০৫) : শাংকব কৌশিক বৰুৱা। সাহিত্য-সংজ্ঞা কোষ (২০০৫) : ডঃ প্ৰফুল্ল কটকী। সহস্ৰাব্দৰ বিশ্ব (২০০৪) : শান্তনু কৌশিক বৰুৱা। সমাৰ্থ শব্দকোষ (২০০৪) : ডঃ প্ৰফুল্ল কটকী। সীতাহৰণ কাব্য : ভোলানাথ দাস। সঞ্চয়ন (১৯৫৯) : মহেশ্বৰ নেওগ (সম্পা.)। সাদৰী (১৯৬৬) : ৰঘূনাথ চৌধাৰী। সুৰভী (১৯৬৬) : লক্ষ্মীনাথ বেজবৰুৱা। সীমান্তৰ সম্ভেদ (১৯৫৮) : পৰাগ চলিহা। সাহিত্য আলোচনা (১৯৬১) : ত্ৰৈলোক্যনাথ গোস্বামী। সাহিত্য উপক্ৰমণিকা (১৯৮৫) : মহেন্দ্ৰ বৰা। হালধীয়া চৰায়ে বাওধান খায় (১৯৭৩) : হোমেন বৰগোহাঞি। হাহোঁ আহক : দিলীপ কুমাৰ বৰুৱা। হে অৰণ্য হে মহানগৰ (১৯৫১) : নৱকান্ত বৰুৱা। হেমকোষ (১৯০০) : হেমচন্দ্ৰ বৰুৱা। হেৰাই যোৱা দিনবোৰ : দেৱেশ্বৰ শৰ্মা। হেৰোৱা দিগন্ত (১৯৬৯) : তৰুণ চন্দ্ৰ বৰুৱা (অনু.)। হিষ্ট্ৰী অব্ আছাম (১৯০৫) : এডোৱাৰ্ড গেইট। হিষ্ট্ৰী অব্ আছামিজ লিটাৰেচাৰ : বিৰিঞ্চি কুমাৰ বৰুৱা। (১৯৬৪) হেঙুল আকাশ, ক’লা চাইকেল, : ডঃ হীৰেন গোহাঁই। এজন আৰোহী (২০০৭) লেখক: শান্তনু কৌশিক বৰুৱা, লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা উৎস: নতুন জানানে