নাম কালি (বৰ্গ কিলোমিটাৰ/বৰ্গমাইল) দক্ষিণ চীন সাগৰ ২৮,৪৯,০০০/১১,০০,০০০ ভূমধ্য সাগৰ ২৪,৯৯,৩৫০/৯,৬৫,০০০ বেৰিং সাগৰ ২২,৭৪,০২০/৮,৭৮,০০০ কেৰিবিয়ান সাগৰ ১৯,৪২,৫০০/৭,৫০,০০০ মেক্সিক’ উপসাগৰ ১৮,১৩,০০০/৭,০০,০০০ ওখটস্ক সাগৰ ১৫,২৮,১০০/৫,৯০,০০০ জাপান সাগৰ ১২,৯৫,০০০/৫,০০,০০০ হাডছন উপসাগৰ ১২,৩০,২৫০/৪,৭৫,০০০ আন্দামান সাগৰ ৭,৭৭,০০০/৩,০০,০০০ উত্তৰ সাগৰ ৫,৭৪,৯৮০/২,২২,০০০ লোহিত সাগৰ ৪,৪০,৩০০/১,৭০,০০০ বাল্টিক সাগৰ ৪,২২,১৭০/১,৬৩,০০০ কৃষ্ণ সাগৰ ৪,১১,৮১০/১,৫৯,০০০ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।