ভাষা ভাষিক জনসংখ্যা (কোটি) অঞ্চল চীন, মাণ্ডাৰিন ১৩৪৫ চীন, টাইৱান হিন্দী ৬৫০ ভাৰত, পাকিস্তান স্পেনিছ ৩৫০ স্পেইন, লেটিন আমেৰিকা ইংৰাজী অষ্ট্ৰেলিয়া ৩২৮ বৃটিছ যুক্তৰাষ্ট্ৰ, আমেৰিকা, কানাডা, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰৱী ৩২৫ মধ্য এছিয়া, ৰাছিয়ান ২৭৫ ৰাছিয়া, কমনৱেলথ, স্বাধীন গণৰাজ্য পৰ্তুগীজ ২৩৫ পৰ্টুগাল, ব্ৰাজিল ফৰাছী ২০০ ফ্ৰান্স, বেলজিয়াম, কানাডা, চুইজাৰলেণ্ড বাংলা ১৮১ ভাৰত, বাংলাদেশ জাৰ্মান ১৮০ জাৰ্মানী, অষ্ট্ৰিয়া, চুইজাৰলেণ্ড জাপানী ১২২ জাপান জাভানীজ ৮৫ জাভা তামিল ৭৭ ভাৰত, শ্ৰীলংকা, মালায়েছিয়া ইটালিয়ান ৭০ ইটালী ভিয়েটনামী ৬৯ ভিয়েটনাম কোৰিয়ান ৬৬ উত্তৰ আৰু দক্ষিণ কোৰিয়া উৰ্দু ৬১ ভাৰত, পাকিস্তান তুৰ্কী ৫১ তুৰক্স পোলিছ ৪০ পোলেণ্ড ভোজপুৰী ৩৯ ভাৰত ইউক্ৰেনিয়ান ৩৭ ইউক্ৰেইন, ৰাছিয়া আৰু পোলেণ্ড মালায়ালাম ৩৬ ভাৰত বাৰ্মিজ ৩২ ম্যানমাৰ ফাৰ্চী ২৪ ইৰাণ ৰোমানিয়ান ২৩ ৰোমানিয়া ডাচ্চ্ ৪৫ নেদাৰলেণ্ডছ সিদ্ধি ২১ পাকিস্তান, ভাৰত থাই ২০ থাইলেণ্ড উজবেক ১৯ উজবেকিস্তান অসমীয়া ১৭ ভাৰত সিংহলী ১৬ শ্ৰীলংকা নেপালী ১৪ নেপাল গ্ৰীক ১৩ গ্ৰীচ হাংগেৰিয়ান ১৩ হাংগেৰি চেক ০৯ চেক গণৰাজ্য মালাগাছি ০৮ মালাগাছি লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।