নাম কাৰ্যকাল হৰিলাল জে কানিয়া ২৬ জানুৱাৰী, ১৯৫০-৬ নবেম্বৰ, ১৯৫১ এম পতঞ্জলি শাস্ত্ৰী ৭ নবেম্বৰ, ১৯৫১-৩ জানুৱাৰী, ১৯৫৪ মেহেৰ চান্দ মহাজন ৪ জানুৱাৰী ১৯৫৪-২২ ডিচেম্বৰ ১৯৫৪ বি কে মুখাৰ্জী ২৩ ডিচেম্বৰ ১৯৫৪-৩১ জানুৱাৰী, ১৯৫৬ এছ আৰ দাস ১ ফেব্ৰুৱাৰী, ১৯৫৬-৩০ ছেপ্টেম্বৰ ১৯৫৯ ভূৱনেশ্বৰ প্ৰসাদ সিনহা ১ অক্টোৱৰ ১৯৫৯-৩১ জানুৱাৰী, ১৯৬৪ পি বি গজেন্দ্ৰ গাডকৰ ১ ফেব্ৰুৱাৰী, ১৯৬৪- ১৫ মাৰ্চ, ১৯৬৬ এ কে সৰকাৰ ১৬ মাৰ্চ ১৯৬৬- ২৯ জুন, ১৯৬৬ কে চুব্বা ৰাও ৩০ জুন, ১৯৬৬-১১ এপ্ৰিল, ১৯৬৭ কে এন বাংচু ১২ অপ্ৰিল, ১৯৬৭-২৪ ফেব্ৰুৱাৰী ১৯৬৮ এম হেদায়েতুল্লা ২৫ ফেব্ৰুৱাৰী, ১৯৬৮-১৬ ডিচেম্বৰ ১৯৭০ জে চি শ্বাহ ১৭ ডিচেম্বৰ ১৯৭০-২১ জানুৱাৰী, ১৯৭১ এছ এম ছিক্ৰি ২২ জানুৱাৰী, ১৯৭১- ২৫ এপ্ৰিল, ১৯৭৩ এ এন ৰায় ২৬ এপ্ৰিল, ১৯৭৩-২৪ জানুৱাৰী, ১৯৭৭ এম এইচ বেগ ২৯ জানুৱাৰী, ১৯৭৭- ২১ ফেব্ৰুৱাৰী, ১৯৭৮ ৱাই ডি চন্দ্ৰচূড় ২২ ফেব্ৰুৱাৰী, ১৯৭৮- ১১ জুলাই ১৯৮৫ প্ৰফুল্ল চন্দ্ৰ নটৱৰলাল ভাগৱতী ১২ জুলাই ১৯৮৫-২০ ডিচেম্বৰ, ১৯৮৬ আৰ এছ পাঠক ২১ ডিচেম্বৰ, ১৯৮৬-১৮ জুন, ১৯৮৯ ই এছ ভেংকটাৰমাইয়া ১৯ জুন ১৯৮৯-১৭ ডিচেম্বৰ ১৯৮৯ এছ মুখাৰ্জী ১৮ ডিচেম্বৰ, ১৯৮৯-২৫ ছেপ্টেম্বৰ ১৯৯০ ৰংনাথ মিশ্ৰ ২৬ ছেপ্টেম্বৰ, ১৯৯০-২৪ নৱেম্বৰ, ১৯৯১ কে এন সিং ২৫ নৱেম্বৰ ১৯৯১-১২ ডিচেম্বৰ, ১৯৯১ এম এইছ কানিয়া ১৩ ডিচেম্বৰ ১৯৯১-১৭ নৱেম্বৰ, ১৯৯২ এল এম শৰ্মা ১৮ নৱেম্বৰ ১৯৯২-১১ ফেব্ৰুৱাৰী, ১৯৯৩ এম এন ভেংকটাচালিয়া ১২ ফেব্ৰুৱাৰী, ১৯৯৩-২৪ অক্টোৱৰ, ১৯৯৪ এ এম আহমদী ২৫ অক্টোৱৰ, ১৯৯৪-২৪ মাৰ্চ ১৯৯৭ জে এছ বাৰ্মা ২৫ মাৰ্চ ১৯৯৭-১৭, ১৯৯৮ এম এম পাঞ্চিচি ১৮ জানুৱাৰী, ১৯৯৮- ৯ অক্টোৱৰ, ১৯৯৮ আদৰ্শ ছেইন আনন্দ ১০ অক্টোৱৰ ১৯৯৮- ৩১ অক্টোৱৰ, ২০০১ এছ পি বাৰুচা ১ নৱেম্বৰ ২০০১-৫ মে’ ২০০২ ভূপেন্দ্ৰ সিং কৃপাল ৬ মে’, ২০০২- ৭ নৱেম্বৰ ২০০২ জি বি পাটনায়ক ৮ নৱেম্বৰ, ২০০২- ১৮ ডিচেম্বৰ ২০০২ বিশ্বেশ্বৰ নাথ খাৰে ১৯ ডিচেম্বৰ, ২০০২- ২ মে’ ২০০৪ এছ ৰাজেন্দ্ৰ বাবু ২ মে- ২০০৪-১ জুন ২০০৪ ৰমেশ চন্দ্ৰ লাহোটি ১ জুন ২০০৪-১ নৱেম্বৰ ২০০৫ যোগেশ কুমাৰ ছাভাৰৱাল ১ নৱেম্বৰ ২০০৫- ১৩ জানুৱাৰী, ২০০৭ কে জি বালকৃষ্ণণ ১৪ জানুৱাৰী ২০০৭ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।