সামগ্ৰী অঞ্চলৰ নাম চাহ অসম, দাৰ্জিলিং, জলপাইগুৰি, নিলগিৰি, কেৰালা, উত্তৰাখণ্ড, ডেহৰাডুণ্ড কপাহ গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক ৰবৰ কেৰালা, মালৱাৰ উপত্যকা বাৰ্লি উত্তৰ প্ৰদেশ, ৰাজস্থান কফি কৰ্ণাটক্ম কেৰালা মৰাপাট পশ্চিমবংগ, বিহাৰ, অসম বজ্ৰা গুজৰাট, ৰাজস্থান ধান অসম, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, চণ্ডিগড় কুঁহিয়াৰ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ ধঁপাত মহাৰাষ্ট্ৰ, তামিলনাডু, চণ্ডিগড় ঘেঁহু উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা কপাহী কাপোৰ মুম্বাই, আহমেদাবাদ, কাণপুৰ, ইণ্ডোৰ, পাঞ্জৱ, দিল্লী, তামিলনাডু পাট সূতা অসম, কৰ্ণাটক, পশ্চিমবংগ, কাশ্মীৰ, পাঞ্জাৱ আফুগুটি মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান লোণ গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, কেৰালা বক্সাইট বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, চণ্ডিগড় কয়লা অসম, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, মেঘালয়, তামিলনাডু চূণশিল মধ্যপ্ৰদেশ, তামিলনাডু জিংক ৰাজস্থান পেট্ৰলিয়াম অসম, গুজৰাট, বিহাৰ, কেৰালা, তামিলনাডু প্ৰাকৃতিক গেছ অসম, গুজৰাট, মুম্বাই মেংগানিজ উৰিষ্যা, কৰ্নাটক, অন্ধ্ৰপ্ৰ্দেশ, বিহাৰ তাম বিহাৰ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ছিকিম, উৰিষ্যা সোণ কৰ্ণাটক কুলাৰ মাল্লাপাগোণ্ডা, বিহাৰ, অন্ধ্ৰপ্ৰদেশ ৰূপ ৰাজস্থান, বিহাৰ লো গোৱা, মধ্যপ্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তামিলনাডু হীৰা মধ্যপ্ৰদেশ বালিচন্দা বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিলনাডু, কৰ্ণাটক, কেৰালা সীহ ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।