নাম কাৰ্যকাল জৱাহৰলাল নেহৰু ১৫ আগষ্ট, ১৯৪৭- ২৭ মে’, ১৯৬৪ গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত) ১৯৬৪(২৭ মে’ৰ পৰা ৯ জুনলৈ) লাল বাহাদুৰ শাস্ত্ৰী ৯ জুন, ১৯৬৪- ১১ জানুৱাৰী, ১৯৬৬ গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত) ১৯৬৬ (১১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে) ইন্দিৰা গান্ধী ২৪ জানুৱাৰী, ১৯৬৬-২৪ মাৰ্চ, ১৯৭৭ মোৰাৰজী দেশাই ২৪ মাৰ্চ, ১৯৭৭-২৮ জুলাই, ১৯৭৯ চৰণ সিং ২৮ জুলাই, ১৯৭৯- ১৪ জানুৱাৰী, ১৯৮০ ইন্দিৰা গান্ধী ১৪ জানুৱাৰী, ১৯৮০-৩১ অক্টোৱৰ, ১৯৮৪ ৰাজীৱ গান্ধী ৩১ অক্টোৱৰ, ১৯৮৪-১ ডিচেম্বৰ, ১৯৮৯ বিশ্বনাথ প্ৰতাপ সিং ২ ডিচেম্বৰ, ১৯৮৯-১০ নবেম্বৰ, ১৯৯০ চন্দ্ৰশেখৰ ১০ নবেম্বৰ, ১৯৯০-২১ জুন, ১৯৯১ পি ভি নৰসিংহ ৰাও ২১ জুন, ১৯৯১-১৬ মে’, ১৯৯৬ অটল বিহাৰী বাজপেয়ী ১৯৯৬ (১৬ মে’ৰ পৰা ১ জুনলৈ) এইচ ডি দেৱেগৌড়া ১ জুন, ১৯৯৬-২১ এপ্ৰিল, ১৯৯৭ ইন্দৰ কুমাৰ গুজৰাল ২১ এপ্ৰিল, ১৯৯৭-১৮ মাৰ্চ, ১৯৯৮ অটল বিহাৰী বাজপেয়ী ১৯ মাৰ্চ, ১৯৯৮-২২ মে’ ২০০৪ ড: মনমোহন সিং ২২ মে’ ২০০৪-বৰ্তমানলৈকে। লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।