নাম কাৰ্যকাল জি ভি মাৱলংকাৰ ১৯৫২-১৯৫৬ এম অনন্তশয়নম আয়েংগাৰ ১৯৫৬-১৯৬২ চৰ্দাৰ হুকুম সিং ১৯৬২-১৯৬৭ নীলম সঞ্জীৱ ৰেড্ডী ১৯৬৭-১৯৬৯ গুৰুদয়াল সিং ধীলন ১৯৬৯-১৯৭৫ বালি ৰাম ভগত ১৯৭৬-১৯৭৭ নীলম সঞ্জীৱ ৰেড্ডী ১৯৭৭ (মাৰ্চৰ পৰা এপ্ৰিল) কে এছ হেগৰে ১৯৭৭-১৯৭৯ বলৰাম জাখাৰে ১৯৮০-১৯৮৯ ৰবি ৰায় ১৯৮৯-১৯৯১ শিৱৰাজ পাতিল ১৯৯১-১৯৯৬ পি এ চাংমা ১৯৯৬-১৯৯৮ জি এম চি বালাযোগী ১৯৯৮-২০০২ মনোহৰ যোশী মে’, ২০০২-২০০৪ সোমনাথ চেটাৰ্জী ২০০৪-২০০৯ মীৰা কুমাৰ ৩ জুন, ২০০৯ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।