টেকন’লজী ডেভেলপমেন্ট ফৰ ইণ্ডিয়ান লেংগুৱেজ DITয়ে আগবঢ়োৱা আচঁনিখনে তথ্য বা জাননী সম্প্রচাৰৰ ক্ষেত্রত উন্নয়ন ঘটাই মানুহৰ দ্বাৰা পৰিচালিত এই মেচিনবিলাকৰ ভাৰতীয় ভাষাৰ জৰিয়তে প্রযুক্তিৰ বিভিন্ন ভাষাৰ উন্নয়ন বঢ়াবলৈ চেষ্টা কৰা হৈছে। ফ্ৰন্টবিলাক ৰাইজৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে বিভিন্ন চিডি আৰু ওৱেবৰ যোগেদি যাতে এক বৃহৎ পৰিমাণৰ মানুহ ইয়াৰদ্বাৰা উপকৃত হয়। ফ্ৰন্ট ডাউনলোড কৰিবৰ বাবে নির্দ্ধাৰিত ভাষাত গৈ ক্লিক কৰক। উৎস: আইএনডিজি দল