সর্বশিক্ষা অভিযান ভাৰত চৰকাৰৰ উন্নত শীৰৰ আঁচনিৰ বিষয়ে বাতৰি বা তথ্য দিয়ে উইনির্ভাচেলাইজেচন অফ এলিমেন্টৰী এডুকেচনে। সৰ্ব শিক্ষা অভিযান সকলোৰে বাবে শিক্ষাৰ ৰাষ্ট্ৰীয় প্ৰতিৱেদন: সর্ব ভাৰতীয় প্ৰতিৱেদন য’ত আপুনি পাব ভাৰতৰ সকলোৰে বাবে শিক্ষা আঁচনিৰ বাবে কৌশল আৰু ভাৰতৰ বর্তমান শিক্ষা ব্যৱস্থাৰ এখন ছবি।সকলোৰে বাবে শিক্ষাৰ ৰাষ্ট্ৰীয় প্ৰতিৱেদন শিক্ষা বিভাগ, ভাৰত চৰকাৰ: ইয়াত থাকে ৰাজ্যত শিক্ষাৰ ব্যৱস্থা লগতে ৰাষ্ট্ৰীয় নীতি ডকুমেন্টচ আনকি সংখ্যাতত্ব ডেটাৰ বিষয়ে তথ্য বা বাতৰি। মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেন্ট দি নেচনেল ইনচটিটিউট অফ এডুকেচনেল প্লেনিং এণ্ড এডমিনিষ্ট্রেচন (NUEPA): প্রশিক্ষণৰ সামগ্রী, বিষয়বস্তু আৰু প্রয়োজনীয় ডকুমেন্ট আৰু ভৱিষ্যতত আহিব লগীয়া শিক্ষা বিষয়ত বিভিন্ন আঁচনি ইত্যাদিৰ বাবে প্রৱেশ অধিকাৰ। দি নেচনেল ইনচটিটিউট অফ এডুকেচনেল প্লেনিং এণ্ড এডমিনিষ্ট্রেচন নেচনেল কাউঞ্চিল ফৰ এডুকেচনেল ৰিচার্চ এণ্ড ট্রেইনিং (NCERT): অন্যান্য বস্তুৰ লগতে পর্যবেক্ষণ আৰু ছোৱালীবিলাকৰ বাবে শিক্ষা আৰু শিক্ষাৰ অর্ন্তগত বিষয়ত সুবিধা আগবঢ়ায়।নেচনেল কাউঞ্চিল ফৰ এডুকেচনেল ৰিচার্চ এণ্ড ট্রেইনিং নেচনেল ইনচটিটিউট অফ অপেন স্কুলিং (NIOS) অনলাইনত প্রধান প্রধান তাৰিখ বিলাক জানিব দিয়ে অর্থাত ভর্তি হোৱা ক্ষেত্রত জমা দিয়াৰ বাবে শেহতীয়া তাৰিখ ইত্যাদি। অনলাইনত ভর্তিৰ নম্বৰটো ভৰি ছাত্র-ছাত্রীসকলে ভর্তিৰ অৱস্থাৰ বিষয়ে বিতংকৈ জানিব পাৰে। ইয়াৰ দ্বাৰা অন্যান্য বিষয়ৰ লগতে বিৱৰণী, মূল্যায়ন ব্যৱস্থা, বৃত্তিমূলক শিক্ষা আঁচনি আৰু তাৰ সহায়ক পৰিসেৱাসমূহ আগবঢ়োৱা হয়। উৎস: আইএনডিজি দল