কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত উখল-মাখল পৰিবেশত অনুস্থিত হ'ব বড়ো মাহিত্যসভাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। উৎস:অসমীয়া প্ৰতিদিন