পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য সাংস্কৃতিক প্ৰতিফলিত কৰি আয়োজন হ’বলগা মহাবাহু ব্ৰহ্মপুত্ৰ ভিত্তিক এই উৎসৱ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩১ মাৰ্চত ধুবুৰীলৈ আহিব। পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ মাৰ্চৰপৰা ধুবুৰী চহৰত ‘নমানী ব্ৰহ্মপুত্ৰ’ উৎসৱ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি আঞ্চলিক ঐতিহ্য সাংস্কৃতিক প্ৰতিফলিত কৰি আয়োজন হ’বলগা মহাবাহু ব্ৰহ্মপুত্ৰ ভিত্তিক এই উৎসৱ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩১ মাৰ্চত ধুবুৰীলৈ আহিব। উৎস-দৈনিক অসম