গোৱালপাৰা জিলাত ৰূপায়ন হোৱা স্বাস্থ্যবিভাগৰ বিভিন্ন আঁচনিয়ে সাধাৰণ ৰাইজক যথেষ্ট উপকৃত কৰিছে|ৰূপায়িত হোৱা বিভিন্ন আঁচনি সমূহ তলত উল্লেখ কৰা হ’ল| ১০৮ বিনামূলীয়া এম্বুলেন্স সেৱাৰ প্ৰচলন। ১০৪ আৰু ১০২ স্বাস্থ্যসেৱাৰ প্ৰচলন | জননী সুৰক্ষা যোজনা ৰূপায়ন| ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ মামুণী,মাজনী,মমতা শিশু,আদৰণি আঁচনি ৰূপায়ন| মৰম আঁচনি ৰূপায়ন| প্ৰতিৰক্ষা কাৰ্যসূচী| পৰিয়াল কল্যাণ কাৰ্যসূচীৰ(বীজাণূমুক্তকৰণ,আই.ইউ.ডি ইত্যাদি) লক্ষ্য আৰু কাৰ্যকৰ্তা| ইত্যাদি| উৎস: আই.এন.ডি.জি দল