গোৱালপাৰা জিলা প্ৰধান স্বাস্থ্য কাৰ্য্যালয়ৰ ঠিকনা: নয়াপাৰা,পুৰণি অসামৰিক চিকিৎসালয়,গোৱালপাৰা,অসম,পিন নং:৭৮৩১০১। চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ সমূহ পৰিসংখ্যা অসামৰিক চিকিৎসালয় ১ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৬ ৰাজ্যিক স্বাস্থ্যসেৱা কেন্দ্ৰ ৬ উপ স্বাস্থ্যসেৱা কেন্দ্ৰ ৫ ৰাজ্যিক পশু স্বাস্থ্যসেৱা কেন্দ্ৰ ১৫ উপ কেন্দ্ৰ ১৪৬ সহায়ক স্বাস্থ্যকেন্দ্ৰ ১৬ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ১৬ চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ নাম আৰু অৱস্থিতি অসামৰিক চিকিৎসালয় ২০০ বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰংজুলি,মাটিয়া,মৰনৈ,আগিয়া,কৃষ্ণাই আৰু লক্ষীপুৰ ৰাজ্যিক স্বাস্থ্যসেৱা কেন্দ্ৰ বহতি,চাইবাৰী,খৰমুজা,দলগোমা,টিপলাই,খুটাবাৰী উপ স্বাস্থ্যসেৱা কেন্দ্ৰ ধুমেৰঘাট,চুনাৰী,আমবাৰী বজাৰ,বগুৱান,হাৰিমুৰা ৰাজ্যিক পশু স্বাস্থ্যসেৱা কেন্দ্ৰ গোৱালপাৰা,মাটিয়া,কথাকথি,কাঁহীবাৰী,ৰংজুলি,কৃষ্ণাই,চেচাপানী, দুধনৈ,মায়দা,বদহাপুৰ,বালিজানা,জয়ৰামকুছি,আমবাৰী বজাৰ,জলেশ্বৰ,লক্ষীপুৰ উৎস:আই.এন.ডি.জি দল