সামগ্ৰী -

১) দেশী গাইৰ দৈ।
২) তুলসীৰ পাত।

পদ্ধতি -

১) একাপ দেশী গাইৰ দৈ মথিলৈ ঘোল বনাওক।

২) বয়স আৰু ৰোগৰ পৰ্য্যায় অনুসৰি 1/2/3 চামুচ তুলসী পাতৰ ৰস উলিয়াই দৈ কাপৰ সৈতে মিহলি কৰি লওক।

সেৱণ -

১) ৰাতিপুৱা আৰু দুপৰীয়া খোৱাৰ পিছত একাপ কৈ দিনত দুবাৰ।

২) ৰাতি খোৱাৰ আধা ঘন্টা পিছত এক কাপ দেশী গাইৰ গৰম গাখীৰৰ সৈতে 3/4/5 টা তুলসীৰ পাত নাইবা আধা চামুচ হালধিৰ ৰস বা গুড়ি মিহলাই সেৱণ কৰক।

লেখক: ৰংমন ৰংদৈ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ