*শৰীৰ সুঠাম কৰাত সহায়ক হয়।

*খোজ কাঢ়িবলৈ অৰ্থ ব্যয় কৰিব নালাগে।

*হৃদৰোগৰ সম্ভাৱনা কমে।

*নিজক সক্ৰিয় কৰি ৰখাৰ উত্তম উপায়।

*মানসিক চাপ কমে।

*হাৰ্ট এটেকৰ সম্ভাৱনা কমে।

*হতাশা আৰু উদ্বিগ্নতা কমাত সহায়ক হয়।

*মানুহ সক্ৰিয় হয় বাবে আকস্মিক দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকে।

*ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

*মন প্ৰফুল্ল কৰে।

*হাড় সবল কৰে।

*শৰীৰৰ পেশীসমূহ শক্তিশালী আৰু সুঠাম হয়।

*সকলো বয়সৰ মানুহেই খোজকঢ়াৰ অনুশীলন কৰিব পাৰে।

*কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

*উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

*শৰীৰৰ বিসংগতিপূৰ্ণ কোষ সৃষ্টিৰ সম্ভাৱনা হ্ৰাস কৰে।

*শাৰীৰিক সক্ৰিয়তা বাঢ়ে।

*মনৰ অলসতা দূৰ কৰে।

*স্মৃতিশক্তি লোপ পোৱা ক্ষমতা হ্ৰাস কৰে।

উৎস: নিয়মীয়া বাৰ্তা