তিয়ঁহ -

ৰান্ধনি ঘৰৰ এবিধ ফলদায়ক পাচলি হ’ল তিয়ঁহ। ইয়াক আপুনি চালাদ আৰু চবজি হিচাপে ব্যৱহাৰ কৰিব পাৰে। প্ৰচুৰ পৰিমাণে পানী থাকে এইবিধ পাচলিত। এনেধৰণৰ পাচলি খালে শৰীৰত পানীৰ পৰিমাণো কমি নাযায়। আপোনাক ডি-হাইড্ৰেচনৰ পৰা ৰক্ষা কৰে এইবিধ পাচলিয়ে।

আঙুৰ -

আঙুৰ হ’ল এবিধ মিঠা আৰু টেঙা ফল। প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে এইবিধ ফলত। তদুপৰি এণ্টিঅক্সিডেণ্ট , এণ্টি ইনফ্লেমাট’ৰিৰ উপৰি ফাইট’কেমিকেলছ থাকে বাবে ই শৰীৰৰ বাবে উপকাৰী। এজন মেদবহুল লোকে আঙুৰ খোৱাটো খুবেই প্ৰয়োজন। চৰ্বি বিনাশত ই অগ্ৰণী ভূমিকা পালন কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ