গ্ৰীষ্মকালিন সময়ত দেখা দিয়া সমস্যাবোৰৰ ভিতৰত অন্যতম এক সমস্যা হৈছে ঘামচি আৰু ঘামচিৰ পৰা পৰিত্ৰান পাবলৈ কিছু সমাধান তলত উল্লেখ কৰা হল|

কোমল টাৱেলেৰে গা মচিব| জোৰেৰে মোহাৰি বা ঘঁহি গা নমচিব|

গাত কোনো প্ৰকাৰৰ তেল নলগাব|

এই সময়ছোৱাত চন্দন বটি লগত গোলাপ জল মিহলাই ফে’চপেক ব্যৱহাৰ কৰিব|

গা ধোৱাৰ এঘণ্টাৰ আগতে এচামুচ খোৱা ছ’ডা বা ছ’ডিয়াম-বাই-কাৰ্বনেট(ঔষধৰ দোকানত উপলব্ধ) একাপ গোলাপ জলত গুলি লৈ কপাহেৰে শৰীৰত লগাব|

উৎস : সম্ভাৰ,অসমীয়া প্ৰতিদিন