খাদ্য পৰিমাণ কেল’ৰি প্ৰ’টিন (গ্ৰাম) ৰাতিপুৱা কুহুমীয়া গৰম নেমু পানীৰ সৈতে চেনিবিহীন চাহ মেৰী বিস্কুট এগিলাচ একাপ এখন ৩৫ ৫৬ ৪ গ্ৰাম পুৱাৰ আহাৰ ফেটবিহীন গাখীৰ ব্ৰাউন ব্ৰেড বা উপমা এগিলাচ এক প্লেট ৯০ ২০৫ ৮ গ্ৰাম ৬ গ্ৰাম এঘাৰ বজাত ফল-মূলৰ চালাড দুপৰীয়াৰ আহাৰ নিৰামিষ খিচিৰি নিৰামিষ ৰাইটা মাছ বা মাংস পাচলিৰ চালাড এবাটি এটা মধ্যমীয়া বাটি সৰু এবাটি দুটুকুৰা এবাটি ৪০ ২০২ ৭৫ ১০০ ৩০ ৯.৫ গ্ৰাম ৩.৫ গ্ৰাম ১০ গ্ৰাম ২ গ্ৰাম আবেলি চেনিবিহীন চাহ যিকোনো বিস্কুট একাপ দুখন ৩৫ ১২০ ৪ গ্ৰাম ৰাতিৰ আহাৰ আটাৰ শুকান ৰুটী পাচলি দৈ দুখন এবাটি এবাটি ২০০ ৫০ ৩০ ২ গ্ৰাম ১.৫ গ্ৰাম উৎস: জিএনআৰচি স্বাস্থ্য।