কনজাংটিভাইটিছ হ’লে চকুৰ বগা অংশটো ৰঙা পৰি যায়৷ এই অংশটো জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷ লক্ষণ চকুৰ বগা অংশ ৰঙা হৈ যায়। চকু জ্বলা-পোৰা কৰে আৰু খচখচাই থাকে৷ চকুৰ পৰা পানী ওলাই থাকে৷ কাৰণ কিছুমান ভাইৰাছ, বেক্টেৰিয়া, এলাৰ্জি আৰু চকু শুকাই গৈ চকুৰ বগা অংশটোক সংক্ৰমণ কৰে৷ ইয়াৰ ফলতে চকু খজুৱায় আৰু কনজাংটিভাইটিছ হ’ব পাৰে৷ উৎস: আইএনডিজি দল।