৫০ গ্ৰাম জেতুকা পাতৰ ৰস খালে তেজ বমি বন্ধ হয়। কেঁচা হালধি আৰু জেতুকা পাতৰ ৰস ২৫০ মি:লিটাৰ লৈ তাত গুড় মিহলাই খালে তেজ বমি বন্ধ হয়। দুবৰি বনৰ ৰস চাৰি চামুচৰ লগত অলপ চেনি বা মিচিৰি মিহলাই দিনত ২-৩ বাৰকৈ খাব। বাহকৰ পাতৰ ৰস চাৰি চামুচৰ লগত দুই চামুচ মৌ মিহলাই খাব লাগে। লিখক: ডা: ৰফিক আলী।