১০৮ জৰুৰীকালীন সঁহাৰি সেৱা হ’ল ৭×২৪ ঘন্টাই চিকিৎসা, আৰক্ষী আৰু অগ্নি সম্পৰ্কীয় জৰুৰী সেৱা। এই সেৱা সমগ্ৰ অসম, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, গোৱা, তামিলনাডু, ৰাজস্থান, কৰ্ণাটক, মেঘালয় আৰু মধ্যপ্ৰদেশত উপলব্ধ। ইয়াৰ মূল বৈশিষ্টসমূহ হ’ল: সপ্তাহৰ ৭ দিনেই ২৪ ঘন্টা সময় জৰুৰীকালীন সেৱা আগবঢ়োৱা। স্থায়ী আৰু মোবাইল ফোনৰ পৰা বিনামূলীয়া নম্বৰ উপলভ্যতা। গঢ়ে ১৮ মিনিটৰ ভিতৰত জৰুৰীকালীন সাহাৰ্য্য আপোনাৰ কাষ পাবগৈ। উৎস: আইএনডিজি দল