ইণ্টাৰনেল মাৰ্কেটিং কৰ্প’ৰেচন চমুকৈ (আই. এম. চি.) বিভিন্ন প্ৰভাক্টে ইতিমধ্যে জনসাধাৰণৰ বিভিন্ন বেমাৰ আজাৰ উপশম কৰাৰ লগতে নিৰোগী কৰিও ৰাখিছে। এলোভেৰাৰ উপকাৰিতা ১) ওজন কমোৱা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ক’লেষ্ট্ৰ্ল আৰু হৃদ সম্পৰ্কীয় বেমাৰ। ২) কফ, পানীলগা। ৩) চুলিৰ সৰা কমোৱা, চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰা। ৪) আলচাৰ, লিভাৰ সম্পৰ্কীয় বিভিন্ন বেমাৰ। ৫) ব্ৰেইন টিউমাৰ, বদহজম, মূৰ ঘূৰোৱা। ৬) শৰীৰৰ কোনো অংশত ফুলি উঠা। ৭) কোষ্ঠ কাঠিন্য, জইন পেইন, শৰীৰৰ যিকোনো অংশৰ বিষ। ৮) কিডনীৰ যিকোনো ধৰণৰ সমস্যা। ৯) এলোভেৰা হৈছে মানুহৰ শৰীৰৰ হাড়ৰ বন্ধু আৰু তিৰোতাৰ বিভিন্ন ধৰণৰ সমস্যাৰ বাবেও ই উপকাৰী। শ্ৰী তুলসীৰ উপকাৰিতা জ্বৰ, চৰ্দি, কাহ, শৰীৰৰ বিভিন্ন অংশৰ বিষ, ৰক্তচাপ নিয়ন্ত্ৰণ, ওজন কমোৱা, মধুমেহ নিয়ন্ত্ৰণ কৰা, খজুৱতি, হেপাটাইটিছ, পেচাব সম্পৰ্কীয় বিভিন্ন ধৰণৰ সমস্যা, পাইলচ, ভোক লগোৱা, বমি কৰা ইত্যাদি। খোৱা পানীৰ লগত শ্ৰী তুলসী মিহলালে পানী বিশুদ্ধ হয়। দুয়োবিধেই আয়ুৰ্বেদিক আৰু ইয়াৰ কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। লেখক: অঞ্জন শৰ্ম্মা।