*বেক্টেৰিয়া বিনাশক- ই-কলাই, ষ্টেফাইলোকক্কাছ অ’ৰিয়াছ আদিৰ ওপৰত প্ৰয়োগ কৰি উপযোগী দেখা গৈছে।

*কৃমি পেলুৰ ক্ষেত্ৰত প্ৰমাণিত সিদ্ধ হৈছে।

*কৰ্কট ৰোগ প্ৰতিষেধক। পৰীক্ষাগাৰত দেখা গৈছে ভেকুৰিয়ে মাইটোকন্দ্ৰিয়াৰ পথত ক্ৰিয়া কৰি কৰ্কট ৰোগৰ কোষৰ বিকাশত বাধা জন্মায়।

*এন্টিঅক্সিডেন্টা গুণৰ বাবে শৰীৰক অপকাৰী ফ্ৰী-ৰেডিকেলছৰ পৰা মুক্ত কৰি শৰীৰৰ ইমিউনিটী(ৰোগ প্ৰতিৰোধ ক্ষমতা) বঢ়ায়।

*কোষ্ঠ-কাঠিন্য আঁতৰ কৰে। পেটৰ বিষ কমায়।

*পেটৰ গেছ কমায় আৰু ভোক বঢ়ায়।

*বমি-ওকালি বন্ধ কৰে।

*মেল এবজৰ্বচন ছীনড্ৰম, ইৰিটেবল বাৱেল ছীনড্ৰম আদি উদৰ ৰোগৰ চিকিৎসাত সহায়ক।

*শিশুৰ ডায়েৰীয়া গাখীৰৰ সৈতে কেইটিমান ভেগকুৰি খুৱালে নিৰাময় হয়।

*যৌনশক্তি বৃদ্ধি কৰে। পুৰুষ জননাংগত শিপাৰ প্ৰলেপ দিলে শিথিলতা দূৰ হয়।

উৎস: নিয়মীয়া বাৰ্তা