কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰতৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলক ঘৰুৱা বিমান সেৱাৰ সুবিধা প্ৰদানৰ বাবে লকডাউনৰ নিৰ্দেশনাৰ কিছু সংশোধন কৰিছে৷ বিমানবন্দৰ আৰু যাত্ৰীসকলৰ বাবে বিমান সেৱাৰ পৰিচালনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সবিশেষ নিৰ্দেশনা জাৰি কৰিব৷ চৰকাৰী নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰক