জিলা মুখ্যকাৰ্যালয় = গোৱালপাৰা
জিলা স্থাপিত বছৰ: ১৯৮৩,
মাটিকালি : ১৯১১বৰ্গ কিলোমিটাৰ
বনাঞ্চলৰ মাটিকালি -৩৬,৯১৫২৭ হেক্তৰ
খেতিপথাৰৰ মাটিকালী -১০,২০০ হেক্তৰ
ভাষা সমূহ: অসমীয়া,বড়ো,গাৰো,ৰাভা,বেঙ্গলী আৰু নেপালী
ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি:
বিধানসভা আৰু লোকসভা সমষ্টি:
জিলাখনত মুঠ ৪ টা বিধান সভাৰ সমষ্টি আছে- ৩৬ নং দুধনৈ সমষ্টি, ৩৭ নং গোৱালপাৰা পূব সমষ্টি, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টি।
দুধনৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। দুধনৈ সমষ্টি গুৱাহাটী লোকসভাৰ আৰু আন ৩ টা ধুবৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
ৰাজহ চক্ৰ ৫টা
লক্ষীপুৰ, বালিজানা, মাটিয়া, দুধনৈ আৰু ৰংজুলি
উন্নয়ন খণ্ড ৮ টা
মাটিয়া, লক্ষীপুৰ, জলেশ্বৰ, বালিজানা, কৃষ্ণাই, কোচধোৱা, ৰংজুলি আৰু খাৰমোজা
পৌৰ নগৰ ২ খন
গোৱালপাৰা আৰু লক্ষীপুৰ
জিলাখনৰ গাঁও পঞ্চায়ত ৮১ খন
পৰিষদ:৮১ জন
গাঁও পঞ্চায়ত সদস্য:৮১০ জন
গাঁও পঞ্চায়ত সভাপতি:৮১ জন
আঞ্চলিক পঞ্চায়ত :৮ খন
আঞ্চলিক পঞ্চায়ত সদস্য:৮ জন
ৰাজহ গাঁও ৮৩৭ খন
লক্ষীপুৰ:২৬৮ খন
বালিজানা:২২২ খন
মাটিয়া:১১৫ খন
দুধনৈ:৬৭ খন
ৰংজুলি:১২৫ খন
জিলা পৰিষদ: ১ খন
জিলা পৰিষদ সদস্য: ১৬ খন
সৰ্বমুঠ নিৰ্বাচিত পি.আৰ.আই সদস্য: ৯৯৬ জন
আৰক্ষী থানা:১০ খন
গোৱালপাৰা,মাটিয়া,লক্ষীপুৰ,দুধনৈ,ধূপধাৰা,ৰংজুলি,মৰনৈ,কৃষ্ণাই,আগিয়া,বগুৱান
জল আৰক্ষী থানা:১ খন
পঞ্চৰত্ন
আৰক্ষী চকী: ৪ খন
দৰংগিৰি,শিমলিটোলা,জলেশ্বৰ আৰু ৰংচাই
চাহ বাগিচা: মইংগা,শিমলিটোলা
উৎস: আই.এন.ডি.জি দল
শেহতীয়া উন্নীতকৰণ: : 5/2/2020