অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলাৰ প্ৰশাসনিক তথ্য

গোৱালপাৰা জিলাৰ প্ৰশাসনিক তথ্য

জিলা মুখ্যকাৰ্যালয় = গোৱালপাৰা

জিলা স্থাপিত বছৰ: ১৯৮৩,

মাটিকালি : ১৯১১বৰ্গ কিলোমিটাৰ

বনাঞ্চলৰ মাটিকালি -৩৬,৯১৫২৭ হেক্তৰ

খেতিপথাৰৰ মাটিকালী  -১০,২০০ হেক্তৰ

ভাষা সমূহ: অসমীয়া,বড়ো,গাৰো,ৰাভা,বেঙ্গলী আৰু নেপালী

ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি:

বিধানসভা আৰু লোকসভা সমষ্টি:

জিলাখনত মুঠ ৪ টা বিধান সভাৰ সমষ্টি আছে- ৩৬ নং দুধনৈ সমষ্টি, ৩৭ নং গোৱালপাৰা পূব সমষ্টি, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টি।

দুধনৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। দুধনৈ সমষ্টি গুৱাহাটী লোকসভাৰ আৰু আন ৩ টা ধুবৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।

ৰাজহ চক্ৰ ৫টা

লক্ষীপুৰ, বালিজানা, মাটিয়া, দুধনৈ আৰু ৰংজুলি

উন্নয়ন খণ্ড ৮ টা

মাটিয়া, লক্ষীপুৰ, জলেশ্বৰ, বালিজানা, কৃষ্ণাই, কোচধোৱা, ৰংজুলি আৰু খাৰমোজা

পৌৰ নগৰ ২ খন

গোৱালপাৰা আৰু লক্ষীপুৰ

জিলাখনৰ গাঁও পঞ্চায়ত ৮১ খন

পৰিষদ:৮১ জন

গাঁও পঞ্চায়ত সদস্য:৮১০ জন

গাঁও পঞ্চায়ত সভাপতি:৮১ জন

আঞ্চলিক পঞ্চায়ত :৮ খন

আঞ্চলিক পঞ্চায়ত সদস্য:৮ জন

ৰাজহ গাঁও ৮৩৭ খন

লক্ষীপুৰ:২৬৮ খন

বালিজানা:২২২ খন

মাটিয়া:১১৫ খন

দুধনৈ:৬৭ খন

ৰংজুলি:১২৫ খন

জিলা পৰিষদ: ১ খন

জিলা পৰিষদ সদস্য: ১৬ খন

সৰ্বমুঠ নিৰ্বাচিত পি.আৰ.আই সদস্য: ৯৯৬ জন

আৰক্ষী থানা:১০ খন

গোৱালপাৰা,মাটিয়া,লক্ষীপুৰ,দুধনৈ,ধূপধাৰা,ৰংজুলি,মৰনৈ,কৃষ্ণাই,আগিয়া,বগুৱান

জল আৰক্ষী থানা:১ খন

পঞ্চৰত্ন

আৰক্ষী চকী: ৪ খন

দৰংগিৰি,শিমলিটোলা,জলেশ্বৰ আৰু ৰংচাই

চাহ বাগিচা: মইংগা,শিমলিটোলা

উৎস: আই.এন.ডি.জি দল

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate