আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সংকেত সেৱাৰ অধীনত, আপুনি সূত্ৰপাত কৰিব বিচৰা ঘটনাসমূহৰ সংকেটৰ গ্ৰাহকভূক্তি লাভ কৰিব পাৰিব৷ আপুনি নিম্নোল্লেখিত ঘটনা সমূহৰ এচএমএচ সংকেত লাভৰ কাৰণে গ্ৰাহকভূক্ত হ’ব পাৰে :
সেৱাসমূহ |
প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক |
অ-প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক |
বাহাল থকা ধনৰ পৰিমান অনুসন্ধান |
IBAL টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
IBAL <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷ |
শেষৰ তিনিটা লেনদেন |
ITRAN টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
ITRAN <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷ |
চেকৰ অৱস্থাৰ অনুসন্ধান |
ICSI <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
ICSI <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ |
চেক মুকলিকৰণ স্তব্ধ কৰিবলৈ |
ISCR <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
ISCR <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ |
চেক বুকৰ অনুৰোধ |
ICBR টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
ICBR <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ |
এটিএমৰ অৱস্থান জানিবলৈ |
ATM <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
|
শাখাৰ অৱস্থান জানিবলৈ |
Branch <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
|
ক্ৰেডিট কাৰ্ডৰ জমা ধনৰ অনুসন্ধান |
IBALCC <খালী ঠাই> ক্ৰেডিট কাৰ্ডৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
|
প্ৰাইমেৰী একাউণ্ট পৰিবৰ্তন কৰিবলৈ |
ICPA <খালী ঠাই> নতুন একাউণ্টৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ |
|
আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সেৱা
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020