অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

উপলব্ধ সেৱাসমূহ

  • আইচিআইচিআই বেংক আৰু অন্য বেংকলৈ পূঁজি স্থানান্তৰকৰণ৷
  • আপোনাৰ একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ অনুসন্ধান
  • আপোনাৰ একাউণ্টৰ শেষৰ 3 টা লেনদেন
  • চেকৰ অৱস্থা জানিবলৈ
  • চেকৰ ধন মুকলিকৰণ স্তব্ধ কৰিবলৈ
  • চেকবুকৰ অনুৰোধ কৰিবলৈ
  • আগবঢ়োৱা সেৱাৰ বাবদ আদায় দিব লগীয়া ধনৰ পৰিমাণ

সংকেতৰ সুবিধা

আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সংকেত সেৱাৰ অধীনত, আপুনি সূত্ৰপাত কৰিব বিচৰা ঘটনাসমূহৰ সংকেটৰ গ্ৰাহকভূক্তি লাভ কৰিব পাৰিব৷ আপুনি নিম্নোল্লেখিত ঘটনা সমূহৰ এচএমএচ সংকেত লাভৰ কাৰণে গ্ৰাহকভূক্ত হ’ব পাৰে :

  • দৰমহা জমা
  • একাউণ্টৰ পৰা ওলাই যোৱা ধন
  • একাউণ্টত জমা হোৱা ধন
  • চেক ঘূৰি অহা
  • যেতিয়া আপোনাৰ জমা টকা এটা সীমা চেৰাই যায়
  • যেতিয়া আপোনাৰ জমা টকা এটা সীমাৰ তললৈ অৱনমিত হয়

সেৱাসমূহ

প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক

-প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক

বাহাল থকা ধনৰ পৰিমান অনুসন্ধান

IBAL টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

IBAL <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷

শেষৰ তিনিটা লেনদেন

ITRAN টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

ITRAN <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷

চেকৰ অৱস্থাৰ অনুসন্ধান

ICSI <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

ICSI <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷

চেক মুকলিকৰণ স্তব্ধ কৰিবলৈ

ISCR <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

ISCR <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷

চেক বুকৰ অনুৰোধ

ICBR টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক

ICBR <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷

এটিএমৰ অৱস্থান জানিবলৈ

ATM <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

 

শাখাৰ অৱস্থান জানিবলৈ

Branch <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

 

ক্ৰেডিট কাৰ্ডৰ জমা ধনৰ অনুসন্ধান

IBALCC <খালী ঠাই> ক্ৰেডিট কাৰ্ডৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

 

প্ৰাইমেৰী একাউণ্ট পৰিবৰ্তন কৰিবলৈ

ICPA <খালী ঠাই> নতুন একাউণ্টৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

 

আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সেৱা

আইচিআইচিআই বেংকৰ গ্ৰাহক সেৱা

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate