পাঞ্জাব নেশ্যনেল বেংকৰ ম’বাইল বেংকিং সেৱা
পাঞ্জাব নেশ্যনেল বেংকে ম’বাইলত এই সেৱাসমূহ আগবঢ়াইছে
- একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিবলৈ
- মিনি একাউণ্ট ষ্টেটমেণ্টৰ কাৰণে অনুৰোধ প্ৰেৰণ
- অনলাইন মিনি ষ্টেটমেণ্ট লাভ কৰিবলৈ
- তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ
- তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ
- চেক বুকৰ কাৰণে অনুৰোধ প্ৰেৰণ কৰিবলৈ
- ইছ্যু কৰা চেকৰ অৱস্থা পৰীক্ষা কৰিবলৈ
ম’বাইল বেংকিং সেৱাৰ কাৰণে প্ৰয়োজনীয়তা
- হেণ্ডচেট জিপিআৰএচ সক্ষম হোৱা উচিত
- জিপিআৰএচ সংযোগ সেৱা আগবঢ়োৱা সকলৰ পৰা সক্ষম হ'ব লাগিব যাৰ সংযোগ গ্ৰাহকে ব্যৱহাৰ কৰি আছে
- জিপিআৰঅচ সক্ষম কৰিবলৈ গ্ৰাহকে সেৱা আগবঢ়াওতাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নম্বৰত যোগাযোগ স্থাপন কৰা প্ৰয়োজন হ’ব আৰু জিপিআৰএচ সক্ষম কৰিব লাগিব
- জিপিআৰএচ সক্ষম হ’ল নে নাই তাক পৰীক্ষা কৰিবলৈ, ম’বাইল ব্ৰাউজাৰৰ যোগেদি যিকোনো এটা ৱেব চাইট খুলিবলৈ যত্ন কৰি চাওঁক যেনে.(www.google.com)
ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি
- ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি
- ৰয়োজনীয় নথি-পত্ৰ সহ পূৰণ কৰা আবেদন পত্ৰ আপোনাৰ মূল শাখাত জমা দিয়ক৷
পিএনবিৰ ম’বাইল বেংকিং সেৱা ব্যৱহাৰকাৰীৰ নীতি-নিয়ম অধ্যয়ন কৰিবলৈ ইয়াত ক্লিক কৰক
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.