অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাঞ্জাব নেশ্যনেল বেংকৰ ম’বাইল বেংকিং সেৱা

পাঞ্জাব নেশ্যনেল বেংকে ম’বাইলত এই সেৱাসমূহ আগবঢ়াইছে

  • একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিবলৈ
  • মিনি একাউণ্ট ষ্টেটমেণ্টৰ কাৰণে অনুৰোধ প্ৰেৰণ
  • অনলাইন মিনি ষ্টেটমেণ্ট লাভ কৰিবলৈ
  • তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ
  • তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ
  • চেক বুকৰ কাৰণে অনুৰোধ প্ৰেৰণ কৰিবলৈ
  • ইছ্যু কৰা চেকৰ অৱস্থা পৰীক্ষা কৰিবলৈ

ম’বাইল বেংকিং সেৱাৰ কাৰণে প্ৰয়োজনীয়তা

  • হেণ্ডচেট জিপিআৰএচ সক্ষম হোৱা উচিত
  • জিপিআৰএচ সংযোগ সেৱা আগবঢ়োৱা সকলৰ পৰা সক্ষম হ'ব লাগিব যাৰ সংযোগ গ্ৰাহকে ব্যৱহাৰ কৰি আছে
  • জিপিআৰঅচ সক্ষম কৰিবলৈ গ্ৰাহকে সেৱা আগবঢ়াওতাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নম্বৰত যোগাযোগ স্থাপন কৰা প্ৰয়োজন হ’ব আৰু জিপিআৰএচ সক্ষম কৰিব লাগিব
  • জিপিআৰএচ সক্ষম হ’ল নে নাই তাক পৰীক্ষা কৰিবলৈ, ম’বাইল ব্ৰাউজাৰৰ যোগেদি যিকোনো এটা ৱেব চাইট খুলিবলৈ যত্ন কৰি চাওঁক যেনে.(www.google.com)

ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি

  • ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি
  • ৰয়োজনীয় নথি-পত্ৰ সহ পূৰণ কৰা আবেদন পত্ৰ আপোনাৰ মূল শাখাত জমা দিয়ক৷
পিএনবিৰ ম’বাইল বেংকিং সেৱা ব্যৱহাৰকাৰীৰ নীতি-নিয়ম অধ্যয়ন কৰিবলৈ ইয়াত ক্লিক কৰক

 

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate