ড’চ(dos)ৰ সম্পূৰ্ণ অথ্ হৈছে –ডিস্ক অপাৰেটিং চিষ্টেম(disk operating system)
ডি আই আৰ কামাণ্ডএ ডাইৰেক্টৰীজ (directories) আৰু ফাইল(files)ৰ সূচী প্রদান কৰে।
Syntax:
DIR [Drive:] [Path] [File Name]
উদাহৰণঃ
DIR C:\DOEACC\abc.doc
ডি আই আৰ(DIR)কামাণ্ড(command)ৰ লগত কিছুমান(attribute)ৰ প্রয়োগ কৰা হয়।
যেনেঃ-/A,/L,/P,/W,/S ইত্যাদি।
CHDIR/CD
CHDIR অথবা CD কামাণ্ডৰ অৰ্থ হৈছে change directory.
CHDIR কামাণ্ড(command)এটা ডাইৰেক্টৰীৰ পৰা অন্য কোনোবা ডাইৰেক্টৰীলৈ যাবলৈ প্রয়োগ কৰা হয়।
Syntax:
CHDIR [Drive:] [Path]
বা
CD [Drive:] [Path]
MKDIR/MD
MKDIR কামাণ্ড (command) ডাইৰেক্টৰী (directory) বনাবলৈ প্রয়োগ কৰা হয়।
Syntax:
MKDIR [Drive:] [Path] Directory Name.
বা
MD [Drive:] [Path] Directory Name.
RMDIR/RD
RMDIR কামাণ্ড(Command)ডাইৰেক্টৰী(directory) ডিলিট(delete)কৰিবলৈ ব্যৱহৃত হয়।
Syntax:
RMDIR [Drive:] [Path]
বা
RD [Drive:] [Path]
ফাইল বনাবৰ বাবে প্রয়োজনীয় কামাণ্ড(Command)
Copy Con
Copy Con কামাণ্ড(command)ফাইল(file)বনাবৰ বাবে প্রয়োগ কৰা হয়।
Syntax:
Copy Con File Name
উদাহৰণঃ
Copy Con Student
Edit
Edit কামাণ্ডে(Command)ৰে editor ৰ সহায়ত বনাবৰ (create)বাবে ব্যৱহৃত হয়।
Syntax:
Edit File Name.
উদাহৰণঃ
Edit Student.
Copy
Copy কামাণ্ড(command)ফাইলক এটা স্থানৰ পৰা আন এটা স্থানলৈ কপি(copy)কৰিবলৈ ব্যৱহাৰ কৰা হয়।
Syntax:
Copy Source File Path Destination File Path
উদাহৰণঃ
Copy C:\DOEACC\abc.txt D:\Any Folder
ইয়াত Source File Path সেই নিৰ্দিষ্ট ফাইলৰ স্থান যত সেই ফাইলটো বনোৱা হৈছিল। Destination সেই স্থান যত ফাইলটো কপি(Copy)কৰি ৰখা যাব।
X Copy
এক্সকপি কামাণ্ড (command) tree বা disk ক কপি কৰিবলৈ ব্যৱহৃত হয়।
Syntax:
Xcopy Directory [Destination Directory]
DEL
DEL কামাণ্ড(command)ফাইল ডিলিট(delete)কৰিবলৈ প্রয়োগ কৰা হয়।
Syntax:
Del [Path] File Name
বা
Erase [Path] File Name
উদাহৰণঃ
Del C:\DOEACC\abc.doc
UNDEL
UNDEL কামাণ্ড ডিলিট(delete)কৰি উঠা ফাইলটো লগে লগে উভতাই আনিবলৈ প্রয়োগ কৰা হয়।
Syntax:
UNDEL [Path] File Name
উদাহৰণঃ
UNDEL C:\DOEACC\abc.doc
FORMAT
FORMAT কামাণ্ড(command)এ কোনো ড্রাইভ(drive)বা ডিক্স(disk)ৰ সম্পূৰ্ণ ডাটা(data)ডিলিট(delete)কৰে।
Syntax:
FORMAT Drive:
উদাহৰণঃ
FORMAT A:
উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020