অংশগ্ৰহণকাৰী:৩০-৫০ জন
সময়:৩০ মিনিট
উদ্দেশ্য
একাগ্ৰতাৰ বিকাশ কৰা। স্মৃতি শক্তি বঢ়োৱাৰ চেষ্টা কৰা। এজনে আনজনৰ নাম মনত ৰখা।
কেনেকৈ খেলিব:
সাৱধানতা:
কিছুমান ক্ষেত্ৰত কিছুমানে নাম মনত ৰাখিব নোৱাৰে। বিশেষকৈ বয়সস্থ পুৰুষ আৰু মহিলাসকলে। এনে ক্ষেত্ৰত প্ৰশিক্ষকগৰাকীয়ে পৰিস্থিতি বুজি খেলটো চলাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।
অংশগ্ৰহণকাৰী: ২০ জন
মুঠ সময়: ৩০ মিনিট
উদ্দেশ্য:
অংশগ্ৰহণকাৰীসকলৰ মাজত আত্মীয়তা বঢ়োৱা। ৰচনাত্মাক পদ্ধতিৰে এজনে আনজনৰ পৰিচয় লোৱা।
কেনেকৈ খেলিব:
টোকা: এই খেলটো নৱসাক্ষৰসকলৰ লগতো খেলিব পাৰিব। এইটো খেলত আখৰ চিনাকি সোনকালে হয়। নামৰ প্ৰথম আখৰটোৰে কোনো বস্তুৰ নাম কওক। ধৰাহ’ল, নামটো মনবৰ। তেতিয়া ‘মম্ৰে আৰম্ভ হোৱা কোনো কাম বা বেলেগ নাম ক’ব পাৰে।
লেখিকাৰ নাম: বৰ্ণালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
এয়া টাইফয়েডৰ সময় সাৱধান
আজৰি সময়ৰ উপাৰ্জন
শিশুসকলক আজৰি সময় কিদৰে কটাব দিব?
হৃদৰোগৰ বিভিন্ন কাৰণ