অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আন্তৰ্জাতিক অৰণ্য দিৱস

আন্তৰ্জাতিক অৰণ্য দিৱস

প্ৰতিবছৰে ১৩ মিলিয়ন হেক্টৰতকৈ অধিক অৰণ্য ধ্বংশ হয় ৷ ইয়াৰ ফলত প্ৰকৃতিয়ে পৰিবেশৰ ভাৰসাম্য ৰখাত ব্যৰ্থ হোৱাৰ  লগতে  বিভিন্ন ধৰণে প্ৰাণী পৃথিৱীৰ পৰা চিৰকাললৈ হেৰাই গৈছে ৷ তদুপৰি অৰণ্যসমূহৰ ধ্বংশয়ে গোলকীয় উষ্ণতা বৃদ্ধিতো অৰিহণা যোগাইছে ৷ এই বিষয়ে সজাগতাৰ বাবে ২৮ নবেম্বৰ, ২০১২ চনত ৰাষ্ট্ৰসংঘই এক প্ৰস্তাৱযোগে প্ৰতিবছৰে ২১ মাৰ্চত আন্তৰ্জাতিক অৰণ্য দিৱস (International Day of Forests) হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় ৷ এই উপলক্ষে প্ৰতিবছৰে বিভিন্ন চৰকাৰে  নৱপ্ৰজন্মৰ বাবে বিভিন্ন ধৰনৰ কাৰ্যসূচী হাতত লোৱা হয় ৷পোন প্ৰথম বাৰৰ বাবে ২০১৩ চনৰ ২১ মাৰ্চত পালন কৰা হয় ৷

উৎস:- সন্ধান ই-আলোচনী

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate